Friday, 4 September 2020

04 September, 2020Golaghat Avrochi Dayগোলাঘাট জিলা ফুটবল সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন । কিংবদন্তি ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস দিনা বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস । অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে ঔগুৰি ক্ৰীড়া খেলপথাৰত গোলাঘাট জিলা ফুটবল সন্থা উদ্যোগত শিয়ালাখাটী কচিং চেন্টাৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয় । অনুষ্ঠানৰ আৰম্ভনিতে বিগত সময়ত ক্ৰীড়াৰ লগত সম্পৰ্ক থকা মৃত ব্যক্তি সকলৰ আত্মাৰ সদগতি কামনা কৰা হয় ৷ খেলুৱৈ সকলৰ উদ্দেশ্যে গোলাঘাট জিলা ফুটবল সন্থাৰ সাধাৰণ সম্পাদক তথা গোলাঘাট ক'চিং চেন্টাৰৰ মুখ্য প্ৰশিক্ষক দৰ্শন গোহাঁই অভিৰুচি ক্ৰীড়া দিৱসৰ বক্তব্য দাঙি ধৰে । খেলপথাৰৰ পৰায়ে কিংবদন্তি খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুবাৰ স্বাস্থ্য সুস্থ আৰু সবল থকাৰ উদ্দেশ্যেৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে ঔগুৰি খেলপথাৰত এটা গছপুলি ৰূপন কৰা হয় । ইয়াৰ পিছতে গোলাঘাট জিলা ফুটবল সন্থাৰ তৰফৰ পৰা খেলুৱৈ সকলক খেলৰ পোছাক বিতৰণ কৰা হয় । :::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA

04 September, 2020

Golaghat Avrochi Day


গোলাঘাট জিলা ফুটবল সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন । কিংবদন্তি  ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস দিনা বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস । অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে ঔগুৰি ক্ৰীড়া খেলপথাৰত গোলাঘাট জিলা ফুটবল সন্থা উদ্যোগত  শিয়ালাখাটী কচিং চেন্টাৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয় ।  অনুষ্ঠানৰ আৰম্ভনিতে বিগত সময়ত ক্ৰীড়াৰ লগত সম্পৰ্ক থকা মৃত ব্যক্তি সকলৰ আত্মাৰ সদগতি কামনা কৰা হয় ৷ খেলুৱৈ সকলৰ উদ্দেশ্যে গোলাঘাট জিলা ফুটবল সন্থাৰ সাধাৰণ সম্পাদক তথা গোলাঘাট ক'চিং চেন্টাৰৰ মুখ্য প্ৰশিক্ষক দৰ্শন গোহাঁই অভিৰুচি ক্ৰীড়া দিৱসৰ বক্তব্য দাঙি ধৰে ।  খেলপথাৰৰ পৰায়ে কিংবদন্তি খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুবাৰ স্বাস্থ্য সুস্থ আৰু সবল থকাৰ উদ্দেশ্যেৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে ঔগুৰি খেলপথাৰত এটা গছপুলি ৰূপন কৰা হয় । ইয়াৰ পিছতে গোলাঘাট জিলা ফুটবল সন্থাৰ তৰফৰ পৰা খেলুৱৈ সকলক খেলৰ পোছাক বিতৰণ কৰা হয় । :::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ 
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...