Thursday, 3 September 2020
Wednesday, 2 September 2020
02 September, 2020 O. C. : গোলাঘাটত ধাৰাবাহিক ভাবে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চৰ। গোলাঘাট চহৰৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে এই অভিযান। এইবাৰ গোলাঘাটৰ চান্দমাৰীৰ এখন পিতনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিতনিত লুকুৱাই ৰাখিছিল গৃহস্থই। গোলাঘাট জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই তিনিগৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে। নগৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই টাষ্ক ফ'ৰ্চে। নগৰৰ চান্দমাৰীৰ পৰা গৃহস্তৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে। চান্দমাৰীৰ গিৰীশ গগৈৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত থকা এজনী কণমানিক পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । টাষ্ক ফ'ৰ্চৰ অভিযানৰ কথা গম পাই কনমাণি জনীক পিতনি দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযান কাৰী দলটোৱে পিতনিৰ পৰা কনমাণি জনীক উদ্ধাৰ কৰে । ইয়াৰ পিছত নিৰ্লজভাৱে সাংবাদিকক গা এৰা মন্তব্য দিয়ে গিৰীশ গগৈৰ পৰিয়ালে। কি কয় গৃহস্থই ;শুনকচোন। V. O. : গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস, জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া, ৰুলী ঠেঙাল, PLV প্ৰীয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰীয়ে এই অভিযান চলাই। জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইজনীক গোলাঘাট আৰক্ষীক চমজাই দিয়ে। তদন্ত সমাপ্তৰ পিছতেই শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইটাক। জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে জিলা বাসীলৈ আহ্বান জনাই কয় কোনেও যাতে শিশু শ্ৰমিক নিয়োগ নকৰিব। Byte 2: জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰি::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট :২/৯/২০২০
02 September, 2020
O. C. : গোলাঘাটত ধাৰাবাহিক ভাবে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চৰ। গোলাঘাট চহৰৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত বনকৰা হিচাপে কৰ্মত নিয়োজিত কৰি ৰখা একাংশ কণমানিৰ বিৰুদ্ধে এই অভিযান। এইবাৰ গোলাঘাটৰ চান্দমাৰীৰ এখন পিতনিৰ পৰা উদ্ধাৰ কৰা হয় এটি কণমানিক। কণমানিজনীক পিতনিত লুকুৱাই ৰাখিছিল গৃহস্থই।
গোলাঘাট জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে নগৰৰ বিভিন্ন অঞ্চলত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই তিনিগৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে। নগৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই টাষ্ক ফ'ৰ্চে।
নগৰৰ চান্দমাৰীৰ পৰা গৃহস্তৰ নিৰ্যাতনৰ বলি হোৱা এগৰাকী কণমানিক উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে। চান্দমাৰীৰ গিৰীশ গগৈৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত থকা এজনী কণমানিক পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । টাষ্ক ফ'ৰ্চৰ অভিযানৰ কথা গম পাই কনমাণি জনীক পিতনি দিশে পলাই যাবলৈ নিৰ্দেশ দিছিল গৃহস্থই। অভিযান কাৰী দলটোৱে পিতনিৰ পৰা কনমাণি জনীক উদ্ধাৰ কৰে । ইয়াৰ পিছত নিৰ্লজভাৱে সাংবাদিকক গা এৰা মন্তব্য দিয়ে গিৰীশ গগৈৰ পৰিয়ালে। কি কয় গৃহস্থই ;শুনকচোন।
V. O. : গোলাঘাট আৰক্ষীৰ সহযোগত সহকাৰী শ্ৰম আয়ুক্ত অপূৰ্ব কুমাৰ দাস, জিলা শিশু সুৰক্ষা গোটৰ প্ৰণামী দত্ত শইকীয়া, ৰুলী ঠেঙাল, PLV প্ৰীয়া দত্ত আৰু জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰীয়ে এই অভিযান চলাই। জিলা পৰ্যায়ৰ টাষ্ক ফ'ৰ্চে বৰ্তমান গোলাঘাট আৰক্ষীক তদন্তৰ বাবে কণমানি কেইজনীক গোলাঘাট আৰক্ষীক চমজাই দিয়ে। তদন্ত সমাপ্তৰ পিছতেই শিশু গৃহলৈ প্ৰেৰণ কৰা হ'ব কণমানি কেইটাক। জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰিয়ে জিলা বাসীলৈ আহ্বান জনাই কয় কোনেও যাতে শিশু শ্ৰমিক নিয়োগ নকৰিব।
Byte 2: জিলা ন্যায়িক সেৱা বিষয়া নাৰায়ণ কুৰি::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট :২/৯/২০২০
02 September, 2020 গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলবাৰে পালন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষই দিনৰ ভাগত অনুষ্ঠপীয়াকৈ সীমিত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া সময়ত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রই মহাবিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন কৰে । ঃঃ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২ ছেপ্তেম্বৰ ২০২০
02 September, 2020
গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলবাৰে পালন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষই দিনৰ ভাগত অনুষ্ঠপীয়াকৈ সীমিত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া সময়ত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রই মহাবিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন
কৰে । ঃঃ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২ ছেপ্তেম্বৰ ২০২০
Tuesday, 1 September 2020
01 September, 2020 golaghat Travel Date:- 1 September V/o গোলাঘাটৰ পৰিবহন ব্যৱস্থাটোত চলিছে অৰাজক গোলাঘাট সদৰৰপৰা আন ঠাইলৈ যোৱা যাত্ৰীবাহি গাড়ীসমূহে ক’ভিড-১৯ ৰ নিৰ্দেশনা অমাণ্য কৰাৰ লগতে যাত্ৰীৰ পৰা তিনিগুণ ভাড়া আদায় কৰি আহিছে ৷ এই অভিযোগ লাভকৰাৰ পিছত জিলা পৰিবহন বিভাগে বিষয়টো স্পষ্ট কৰাৰ লগতে আইন ভঙ্গকাৰীৰ ওপৰত ব্যবস্থা লৈছে ৷ আনহাতে এনফ’চমেণ্ট বিষয়াই ৰাজপথত তালাচী চলাই এনে আইনভঙ্গকাৰীক হাতেলোটে ধৰি গোচৰ ৰুজু কৰাৰ লগতে যাত্ৰীৰ পৰা আদায়কৰা অতিৰিক্ত ভাড়া ওভতাই দিবলৈ বাধ্য কৰাইছে ৷ কিন্তু অধিকাংশ যানবাহনে গোলাঘাটৰ মাজমজিয়াৰ পৰা পানজপাদি মানুহ জাপি অধিক ভাড়া আদায় কৰাৰ লগতে ক’ভিড১৯ ৰ নিয়মক বৃদ্ধাঙুলি দেখুৱাই অহা পৰিলক্ষিত হৈছে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ NORTHEAST NEWS INDIA
01 September, 2020
golaghat Travel
Date:- 1 September
V/o গোলাঘাটৰ পৰিবহন ব্যৱস্থাটোত চলিছে অৰাজক
গোলাঘাট সদৰৰপৰা আন ঠাইলৈ যোৱা যাত্ৰীবাহি গাড়ীসমূহে ক’ভিড-১৯ ৰ নিৰ্দেশনা অমাণ্য কৰাৰ লগতে যাত্ৰীৰ পৰা তিনিগুণ ভাড়া আদায় কৰি আহিছে ৷ এই অভিযোগ লাভকৰাৰ পিছত জিলা পৰিবহন বিভাগে বিষয়টো স্পষ্ট কৰাৰ লগতে আইন ভঙ্গকাৰীৰ ওপৰত ব্যবস্থা লৈছে ৷
আনহাতে এনফ’চমেণ্ট বিষয়াই ৰাজপথত তালাচী চলাই এনে আইনভঙ্গকাৰীক হাতেলোটে ধৰি গোচৰ ৰুজু কৰাৰ লগতে যাত্ৰীৰ পৰা আদায়কৰা অতিৰিক্ত ভাড়া ওভতাই দিবলৈ বাধ্য কৰাইছে ৷ কিন্তু অধিকাংশ যানবাহনে গোলাঘাটৰ মাজমজিয়াৰ পৰা পানজপাদি মানুহ জাপি অধিক ভাড়া আদায় কৰাৰ লগতে ক’ভিড১৯ ৰ নিয়মক বৃদ্ধাঙুলি দেখুৱাই অহা পৰিলক্ষিত হৈছে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ NORTHEAST NEWS INDIA
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...