Tuesday, 1 September 2020

01 September, 2020 golaghat Travel Date:- 1 September V/o গোলাঘাটৰ পৰিবহন ব্যৱস্থাটোত চলিছে অৰাজক গোলাঘাট সদৰৰপৰা আন ঠাইলৈ যোৱা যাত্ৰীবাহি গাড়ীসমূহে ক’ভিড-১৯ ৰ নিৰ্দেশনা অমাণ্য কৰাৰ লগতে যাত্ৰীৰ পৰা তিনিগুণ ভাড়া আদায় কৰি আহিছে ৷ এই অভিযোগ লাভকৰাৰ পিছত জিলা পৰিবহন বিভাগে বিষয়টো স্পষ্ট কৰাৰ লগতে আইন ভঙ্গকাৰীৰ ওপৰত ব্যবস্থা লৈছে ৷ আনহাতে এনফ’চমেণ্ট বিষয়াই ৰাজপথত তালাচী চলাই এনে আইনভঙ্গকাৰীক হাতেলোটে ধৰি গোচৰ ৰুজু কৰাৰ লগতে যাত্ৰীৰ পৰা আদায়কৰা অতিৰিক্ত ভাড়া ওভতাই দিবলৈ বাধ্য কৰাইছে ৷ কিন্তু অধিকাংশ যানবাহনে গোলাঘাটৰ মাজমজিয়াৰ পৰা পানজপাদি মানুহ জাপি অধিক ভাড়া আদায় কৰাৰ লগতে ক’ভিড১৯ ৰ নিয়মক বৃদ্ধাঙুলি দেখুৱাই অহা পৰিলক্ষিত হৈছে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ NORTHEAST NEWS INDIA

 01 September, 2020


golaghat Travel 

Date:- 1 September

V/o গোলাঘাটৰ পৰিবহন ব্যৱস্থাটোত চলিছে অৰাজক 


গোলাঘাট সদৰৰপৰা আন ঠাইলৈ যোৱা যাত্ৰীবাহি গাড়ীসমূহে ক’ভিড-১৯ ৰ নিৰ্দেশনা অমাণ্য কৰাৰ লগতে যাত্ৰীৰ পৰা তিনিগুণ ভাড়া আদায় কৰি আহিছে ৷ এই অভিযোগ লাভকৰাৰ পিছত জিলা পৰিবহন বিভাগে বিষয়টো স্পষ্ট কৰাৰ লগতে আইন ভঙ্গকাৰীৰ ওপৰত ব্যবস্থা লৈছে ৷

আনহাতে এনফ’চমেণ্ট বিষয়াই ৰাজপথত তালাচী চলাই এনে আইনভঙ্গকাৰীক হাতেলোটে ধৰি গোচৰ ৰুজু কৰাৰ লগতে যাত্ৰীৰ পৰা আদায়কৰা অতিৰিক্ত ভাড়া ওভতাই দিবলৈ বাধ্য কৰাইছে ৷ কিন্তু অধিকাংশ যানবাহনে গোলাঘাটৰ মাজমজিয়াৰ পৰা পানজপাদি মানুহ জাপি অধিক ভাড়া আদায় কৰাৰ লগতে ক’ভিড১৯ ৰ নিয়মক বৃদ্ধাঙুলি দেখুৱাই অহা পৰিলক্ষিত হৈছে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷  NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...