Thursday, 27 August 2020

27 August, 2020 চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি আটছা গোলাঘাট শাখাৰ অন্তগত মৰঙী উপ শাখাৰ উদ্যোগত , সমূহ প্ৰাথমিক গোট আৰু চাহ শ্ৰমিক ৰাইজৰ সহযোগত , মৰঙী, লেটেকুজান, অৰুণোদয়, বকিয়াল চাহ বাগিচাত, ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। আছিক তাৰ্তী ৰিপত গোলাঘাট।

 27 August, 2020


চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি আটছা  গোলাঘাট শাখাৰ অন্তগত মৰঙী উপ শাখাৰ উদ্যোগত , সমূহ প্ৰাথমিক গোট আৰু চাহ শ্ৰমিক  ৰাইজৰ সহযোগত , মৰঙী, লেটেকুজান, অৰুণোদয়, বকিয়াল চাহ বাগিচাত, ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।  আছিক তাৰ্তী ৰিপত গোলাঘাট।


Wednesday, 26 August 2020

26 August, 2020 গোলাঘাট ব্ৰেকিং ----- গোলাঘাটৰ পাঁছ আলিৰ মাছৰ বজাৰৰ ওচৰত আজি পুৱতীনিশা তিনিজোপা গছ বাগৰি পৰাত বিদ্যৎ তাৰঁ চিঙিপৰাত দিনটো বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷ বিয়লি প্ৰায় ছয় বজাত পুণৰ বিদ্যুৎ যোগান দিয়াৰ পিছত পুণৰ প্ৰায় ছয় বজাত উচ্চক্ষমতাসম্পন্ন ট্ৰেঞ্চফৰমাৰটোৰ এডাল কেৱোল জ্বলি যোৱাত পুণৰবাৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷ ফলত আজিৰ নিশাটো বিদু্্যৎ সেৱাৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সম্ভাবনা আহি পৰিছে :: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাত ২৬/৮/২০২০ NORTHEAST NEWS INDIA

 26 August, 2020


গোলাঘাট ব্ৰেকিং -----

গোলাঘাটৰ পাঁছ আলিৰ মাছৰ বজাৰৰ ওচৰত আজি পুৱতীনিশা তিনিজোপা গছ বাগৰি পৰাত বিদ্যৎ তাৰঁ চিঙিপৰাত দিনটো বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷

 বিয়লি প্ৰায় ছয় বজাত

পুণৰ বিদ্যুৎ যোগান

 দিয়াৰ পিছত পুণৰ প্ৰায় ছয় বজাত উচ্চক্ষমতাসম্পন্ন ট্ৰেঞ্চফৰমাৰটোৰ এডাল কেৱোল জ্বলি যোৱাত পুণৰবাৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷ ফলত আজিৰ নিশাটো বিদু্্যৎ সেৱাৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সম্ভাবনা আহি পৰিছে :: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাত ২৬/৮/২০২০ NORTHEAST NEWS INDIA


26 August, 2020 খহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈছে গোলাঘাটৰ এখন গাও ৷ গোলাঘাটৰ মইনাপাৰাৰ বিন্দুগুৰি গাওঁখনত ধনশিৰিনদীৰ খহনীয়াৰ গ্ৰাসত পৰি নি:শেষ হোৱাৰ উপক্ৰম হৈছে ৷ নদীৰ পাৰত থকা পথটো নৈয়ে খহাই লৈযোৱাৰ ফলত মানুহৰ বাৰীৰ মাটিয়েদি পথ উলিযাই যাতায়ত কৰে যদিও এইবাৰ খহনীয়াৰ তীব্ৰতাৰ বাবে ৪বাৰমান পথ নিৰ্মাণ কৰিবলগা হৈছে ৷ বিশেষকৈ ধনশিৰি নদীৰ খহনীয়া অব্যাহত থাকিলে গোলাঘাট -ৰঙাজানৰ পথৰ ওপৰত থকা দলংখন নদীৰ খহনীযাৰ গ্ৰাসত পৰাৰ আশংকা আহি পৰিছে ৷ : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২৬/৮/২০২০ NORTHEAST NEWS INDIA

 26 August, 2020


খহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈছে গোলাঘাটৰ এখন গাও ৷

গোলাঘাটৰ মইনাপাৰাৰ বিন্দুগুৰি গাওঁখনত ধনশিৰিনদীৰ খহনীয়াৰ গ্ৰাসত পৰি নি:শেষ হোৱাৰ উপক্ৰম হৈছে ৷ নদীৰ পাৰত থকা পথটো নৈয়ে খহাই লৈযোৱাৰ ফলত মানুহৰ বাৰীৰ মাটিয়েদি পথ উলিযাই যাতায়ত কৰে যদিও এইবাৰ খহনীয়াৰ তীব্ৰতাৰ বাবে ৪বাৰমান পথ নিৰ্মাণ কৰিবলগা হৈছে ৷ বিশেষকৈ ধনশিৰি নদীৰ খহনীয়া অব্যাহত থাকিলে  গোলাঘাট -ৰঙাজানৰ পথৰ ওপৰত থকা দলংখন নদীৰ খহনীযাৰ গ্ৰাসত পৰাৰ আশংকা আহি পৰিছে ৷ : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২৬/৮/২০২০ NORTHEAST NEWS INDIA


26 August, 2020Covid19 Assam and actions taken as on 25/08/2020.

26 August, 2020

Covid19 Assam and actions taken as on 25/08/2020.

26 August, 2020 গোলাঘাট ব্ৰেকিং ---- গোলাঘাটচহৰৰ পাঁচআলীত আজি পুৱতৱনিশা তিনিজোপা চেগুণগছ উঘালি পৰাত যাতায়ত ব্যাহতহৈ পৰে ৷ পথৰ ওপৰত প্ৰকাণ্ড গছ পৰাত বিদ্যুৎ তঁাৰ চিঙিপৰাত বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ পৰে ৷:::: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২৬/৮/২০২০

 26 August, 2020


গোলাঘাট ব্ৰেকিং ----

গোলাঘাটচহৰৰ পাঁচআলীত আজি পুৱতৱনিশা তিনিজোপা চেগুণগছ উঘালি পৰাত যাতায়ত ব্যাহতহৈ পৰে ৷ পথৰ ওপৰত প্ৰকাণ্ড গছ পৰাত বিদ্যুৎ তঁাৰ চিঙিপৰাত বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ পৰে ৷:::: প্ৰকাশ শৰ্মা  ৰিপত গোলাঘাট  ২৬/৮/২০২০

Tuesday, 25 August 2020

25 August, 2020 গোলাঘাটত শ্ৰীমন্ত নগৰত মঙলবাৰে অমঙ্গল হয়৷ সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড ৷ গোলাঘাট নগৰৰ 5 নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰত ভয়াবহ অগ্নিকাণ্ড।মাত্ৰ ৩০ মিনিটৰ ভিতৰত অগ্নিকাণ্ডত প্ৰায় ১০ টাৰো অধিক ঘৰ ভস্মীভূত। বৰ্তমান ডিমাপুৰত থকা নন্দকিশোৰ গোশ্বামীৰ মালিকাধীন ভাড়াঘৰত থকা অনিল বাৰ্মা ; ৰাজু চাহ ; সুশিলা গোস্বামী ; কনৱতী দেৱনাথ ;নিৰ্মলাদেৱনাথৰ ঘৰ আৰু অজয় গোস্বামী ; গণেশ দেৱনাথৰ ঘৰ আৰু ঘৰৰ সকলো সামগ্ৰী জাহ যায় জুইত। অগ্নি বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণ কৰে যদিও ঠেক পথৰ বাবে বহু অসুবিধাৰ সন্মুখীন হয়। পিছত এঘৰৰ চোতালেদি পাইপ ভৰাই জুই নিৰ্বাপিত কৰে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

 25 August, 2020


গোলাঘাটত শ্ৰীমন্ত নগৰত মঙলবাৰে অমঙ্গল  হয়৷ সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড ৷  

গোলাঘাট নগৰৰ 5 নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰত ভয়াবহ অগ্নিকাণ্ড।মাত্ৰ ৩০ মিনিটৰ ভিতৰত অগ্নিকাণ্ডত প্ৰায় ১০ টাৰো অধিক ঘৰ ভস্মীভূত। বৰ্তমান ডিমাপুৰত থকা নন্দকিশোৰ গোশ্বামীৰ মালিকাধীন ভাড়াঘৰত থকা অনিল বাৰ্মা ; ৰাজু চাহ ; সুশিলা গোস্বামী ; কনৱতী দেৱনাথ ;নিৰ্মলাদেৱনাথৰ ঘৰ আৰু  অজয় গোস্বামী ; গণেশ দেৱনাথৰ ঘৰ  আৰু  ঘৰৰ সকলো সামগ্ৰী জাহ যায় জুইত। অগ্নি বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণ কৰে যদিও ঠেক পথৰ বাবে বহু অসুবিধাৰ সন্মুখীন হয়। পিছত এঘৰৰ চোতালেদি পাইপ ভৰাই জুই নিৰ্বাপিত কৰে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷

25 August, 2020 গোলাঘাট ব্ৰেকিং ------- গোলাঘাতৰ ৰঙাজানত মঙ্গলবাৰে আটছাই এক প্ৰতিবাদী কায্যসূচী পালয় কৰে ৷ এই কায্যসূচীৰ আতঁধৰি আটছাৰ নেতা জগদীশ বৰাইকে কয়যে চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ বাবে সৰ্বানন্দ সোনোৱাল নামমাত্ৰও সদ্দিচ্ছা নাই বিজেপিয়ে চাহজনগোষ্ঠীলোকৰ ঝুমুৰ নৃত্য সভা সমিতিত প্ৰদৰ্শন কৰে কিন্তু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যোৱা চাৰি বছৰে প্ৰতাৰণাহে কৰিলে ৷ মুখ্যমন্ত্ৰীয়ে কৰম সন্মিলনত ভাগলৈ নিজেই কৈছিল যে কৰমপূজাৰ দিনা চাহ মজদুৰ সকলক চুটি প্ৰদান কৰিববুলি ৷ কিন্তু প্ৰতিশ্ৰুতি পালন নকৰিলে ৷ সেয়েহে মঙলবাবে ৰঙাজানত প্ৰতিবাদমুখৰ হৈ পৰিল চাহ জনগোষ্ঠীৰ ৰাইজ ৷ তেওঁলোকৰ দাবী যে ভাদ্ৰমাহৰ শুক্লাদশমী তিথিৰ দিনা চাহ জনগোষ্ঠীৰ লোক সকলক মজুৰীসহ এদিনৰ চুটী মঞ্জুৰ কৰিব লাগে ৷ প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট গোলাঘাট

 25 August, 2020

গোলাঘাট ব্ৰেকিং -------


গোলাঘাতৰ ৰঙাজানত মঙ্গলবাৰে আটছাই এক প্ৰতিবাদী কায্যসূচী পালয় কৰে ৷ এই কায্যসূচীৰ আতঁধৰি আটছাৰ নেতা জগদীশ বৰাইকে কয়যে চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ বাবে সৰ্বানন্দ সোনোৱাল নামমাত্ৰও সদ্দিচ্ছা নাই বিজেপিয়ে চাহজনগোষ্ঠীলোকৰ ঝুমুৰ নৃত্য সভা সমিতিত প্ৰদৰ্শন কৰে কিন্তু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যোৱা চাৰি বছৰে প্ৰতাৰণাহে কৰিলে ৷ মুখ্যমন্ত্ৰীয়ে কৰম সন্মিলনত ভাগলৈ নিজেই

 কৈছিল যে কৰমপূজাৰ দিনা চাহ মজদুৰ সকলক চুটি প্ৰদান কৰিববুলি ৷ কিন্তু প্ৰতিশ্ৰুতি পালন নকৰিলে ৷ সেয়েহে মঙলবাবে ৰঙাজানত প্ৰতিবাদমুখৰ হৈ পৰিল চাহ জনগোষ্ঠীৰ ৰাইজ  ৷ তেওঁলোকৰ দাবী যে ভাদ্ৰমাহৰ শুক্লাদশমী তিথিৰ দিনা চাহ জনগোষ্ঠীৰ লোক সকলক মজুৰীসহ এদিনৰ চুটী মঞ্জুৰ কৰিব লাগে ৷ প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট গোলাঘাট

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...