Wednesday, 26 August 2020

26 August, 2020 গোলাঘাট ব্ৰেকিং ----- গোলাঘাটৰ পাঁছ আলিৰ মাছৰ বজাৰৰ ওচৰত আজি পুৱতীনিশা তিনিজোপা গছ বাগৰি পৰাত বিদ্যৎ তাৰঁ চিঙিপৰাত দিনটো বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷ বিয়লি প্ৰায় ছয় বজাত পুণৰ বিদ্যুৎ যোগান দিয়াৰ পিছত পুণৰ প্ৰায় ছয় বজাত উচ্চক্ষমতাসম্পন্ন ট্ৰেঞ্চফৰমাৰটোৰ এডাল কেৱোল জ্বলি যোৱাত পুণৰবাৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷ ফলত আজিৰ নিশাটো বিদু্্যৎ সেৱাৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সম্ভাবনা আহি পৰিছে :: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাত ২৬/৮/২০২০ NORTHEAST NEWS INDIA

 26 August, 2020


গোলাঘাট ব্ৰেকিং -----

গোলাঘাটৰ পাঁছ আলিৰ মাছৰ বজাৰৰ ওচৰত আজি পুৱতীনিশা তিনিজোপা গছ বাগৰি পৰাত বিদ্যৎ তাৰঁ চিঙিপৰাত দিনটো বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷

 বিয়লি প্ৰায় ছয় বজাত

পুণৰ বিদ্যুৎ যোগান

 দিয়াৰ পিছত পুণৰ প্ৰায় ছয় বজাত উচ্চক্ষমতাসম্পন্ন ট্ৰেঞ্চফৰমাৰটোৰ এডাল কেৱোল জ্বলি যোৱাত পুণৰবাৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে ৷ ফলত আজিৰ নিশাটো বিদু্্যৎ সেৱাৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সম্ভাবনা আহি পৰিছে :: প্ৰকাশ শৰ্মা ৰিপত গোলাঘাত ২৬/৮/২০২০ NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...