Wednesday, 26 August 2020

26 August, 2020 খহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈছে গোলাঘাটৰ এখন গাও ৷ গোলাঘাটৰ মইনাপাৰাৰ বিন্দুগুৰি গাওঁখনত ধনশিৰিনদীৰ খহনীয়াৰ গ্ৰাসত পৰি নি:শেষ হোৱাৰ উপক্ৰম হৈছে ৷ নদীৰ পাৰত থকা পথটো নৈয়ে খহাই লৈযোৱাৰ ফলত মানুহৰ বাৰীৰ মাটিয়েদি পথ উলিযাই যাতায়ত কৰে যদিও এইবাৰ খহনীয়াৰ তীব্ৰতাৰ বাবে ৪বাৰমান পথ নিৰ্মাণ কৰিবলগা হৈছে ৷ বিশেষকৈ ধনশিৰি নদীৰ খহনীয়া অব্যাহত থাকিলে গোলাঘাট -ৰঙাজানৰ পথৰ ওপৰত থকা দলংখন নদীৰ খহনীযাৰ গ্ৰাসত পৰাৰ আশংকা আহি পৰিছে ৷ : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২৬/৮/২০২০ NORTHEAST NEWS INDIA

 26 August, 2020


খহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈছে গোলাঘাটৰ এখন গাও ৷

গোলাঘাটৰ মইনাপাৰাৰ বিন্দুগুৰি গাওঁখনত ধনশিৰিনদীৰ খহনীয়াৰ গ্ৰাসত পৰি নি:শেষ হোৱাৰ উপক্ৰম হৈছে ৷ নদীৰ পাৰত থকা পথটো নৈয়ে খহাই লৈযোৱাৰ ফলত মানুহৰ বাৰীৰ মাটিয়েদি পথ উলিযাই যাতায়ত কৰে যদিও এইবাৰ খহনীয়াৰ তীব্ৰতাৰ বাবে ৪বাৰমান পথ নিৰ্মাণ কৰিবলগা হৈছে ৷ বিশেষকৈ ধনশিৰি নদীৰ খহনীয়া অব্যাহত থাকিলে  গোলাঘাট -ৰঙাজানৰ পথৰ ওপৰত থকা দলংখন নদীৰ খহনীযাৰ গ্ৰাসত পৰাৰ আশংকা আহি পৰিছে ৷ : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২৬/৮/২০২০ NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...