25 August, 2020
গোলাঘাট ব্ৰেকিং -------
গোলাঘাতৰ ৰঙাজানত মঙ্গলবাৰে আটছাই এক প্ৰতিবাদী কায্যসূচী পালয় কৰে ৷ এই কায্যসূচীৰ আতঁধৰি আটছাৰ নেতা জগদীশ বৰাইকে কয়যে চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ বাবে সৰ্বানন্দ সোনোৱাল নামমাত্ৰও সদ্দিচ্ছা নাই বিজেপিয়ে চাহজনগোষ্ঠীলোকৰ ঝুমুৰ নৃত্য সভা সমিতিত প্ৰদৰ্শন কৰে কিন্তু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যোৱা চাৰি বছৰে প্ৰতাৰণাহে কৰিলে ৷ মুখ্যমন্ত্ৰীয়ে কৰম সন্মিলনত ভাগলৈ নিজেই
কৈছিল যে কৰমপূজাৰ দিনা চাহ মজদুৰ সকলক চুটি প্ৰদান কৰিববুলি ৷ কিন্তু প্ৰতিশ্ৰুতি পালন নকৰিলে ৷ সেয়েহে মঙলবাবে ৰঙাজানত প্ৰতিবাদমুখৰ হৈ পৰিল চাহ জনগোষ্ঠীৰ ৰাইজ ৷ তেওঁলোকৰ দাবী যে ভাদ্ৰমাহৰ শুক্লাদশমী তিথিৰ দিনা চাহ জনগোষ্ঠীৰ লোক সকলক মজুৰীসহ এদিনৰ চুটী মঞ্জুৰ কৰিব লাগে ৷ প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট গোলাঘাট
No comments:
Post a Comment
Welcome Northeast News India