Thursday, 20 August 2020
20 August, 2020জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰযাকেৰি নাহিকে উপাম।তোহাৰি চৰণে ৰেণু শত কোটিবাৰেক কৰোহোঁ প্ৰণাম।।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবিএ দিনত গুৰুজনাৰ শ্ৰীচৰণত ভক্তিভৰা প্রণিপাত ।NORTHEAST NEWS INDIA
20 August, 2020উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰীসকলৰ মাজত 'প্ৰজ্ঞান ভাৰতী' আঁচনিৰ অধীনত স্কুটী বিতৰণৰ বাবে তথ্য সংগ্ৰহ আৰু স্কুটী বাছনি কৰিবলৈ অনলাইনযোগে আবেদন বিচৰা হৈছে। অনলাইনৰ জৰিয়তে আবেদন কৰিবলৈ বা অধিক জানিবলৈ ক্লিক কৰক- http://pragyanbharati.sebaonline.org/login.php
20 August, 2020 গোলাঘাটৰ ৰাজপথত 'কা' নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ গোলাঘাট ২০ আগষ্ট : নাগৰিকত্ব সংশোধনী আইন ২০১৯ 'কা' বাতিলৰ দাবীত বৃহস্পতিবাৰে গোলাঘাটৰ ৰাজপথত ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰ সংস্থা উদ্যোগত সংস্থাৰ মুখ্য কাৰ্যালয় পৰা বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে এক সমদল উলিয়াই চহৰৰ মাজমজিয়া বাতা পইণ্টত প্ৰতিবাদ সাব্যস্ত কৰে।এই আইন খনক বাতিল কৰাৰ দাবী জনোৱা লগতে । এই আইন বাতিল নোহোৱা পৰ্য্যন্ত ভৱিষ্যতেও ৰাইজৰ সহযোগত আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি সকীয়নি প্ৰদান কৰে ছাত্ৰ নেতা সকলে। : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২০/৮/২০২০
20 August, 2020
গোলাঘাটৰ ৰাজপথত 'কা' নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ
গোলাঘাট ২০ আগষ্ট : নাগৰিকত্ব সংশোধনী আইন ২০১৯ 'কা' বাতিলৰ দাবীত বৃহস্পতিবাৰে গোলাঘাটৰ ৰাজপথত ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰ সংস্থা উদ্যোগত সংস্থাৰ মুখ্য কাৰ্যালয় পৰা বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে এক সমদল উলিয়াই চহৰৰ মাজমজিয়া বাতা পইণ্টত প্ৰতিবাদ সাব্যস্ত কৰে।এই আইন খনক বাতিল কৰাৰ দাবী জনোৱা লগতে । এই আইন বাতিল নোহোৱা পৰ্য্যন্ত ভৱিষ্যতেও ৰাইজৰ সহযোগত আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি সকীয়নি প্ৰদান কৰে ছাত্ৰ নেতা সকলে। : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২০/৮/২০২০
Wednesday, 19 August 2020
19 August, 2020 গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱাদেৱ বিশিষ্ট কবি, নাট্যকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। NORTHEAST NEWS INDIA
19 August, 2020
গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱাদেৱ বিশিষ্ট কবি, নাট্যকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
NORTHEAST NEWS INDIA
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...