20 August, 2020
গোলাঘাটৰ ৰাজপথত 'কা' নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ
গোলাঘাট ২০ আগষ্ট : নাগৰিকত্ব সংশোধনী আইন ২০১৯ 'কা' বাতিলৰ দাবীত বৃহস্পতিবাৰে গোলাঘাটৰ ৰাজপথত ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰ সংস্থা উদ্যোগত সংস্থাৰ মুখ্য কাৰ্যালয় পৰা বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে এক সমদল উলিয়াই চহৰৰ মাজমজিয়া বাতা পইণ্টত প্ৰতিবাদ সাব্যস্ত কৰে।এই আইন খনক বাতিল কৰাৰ দাবী জনোৱা লগতে । এই আইন বাতিল নোহোৱা পৰ্য্যন্ত ভৱিষ্যতেও ৰাইজৰ সহযোগত আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি সকীয়নি প্ৰদান কৰে ছাত্ৰ নেতা সকলে। : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ২০/৮/২০২০
No comments:
Post a Comment
Welcome Northeast News India