Thursday, 13 August 2020
13 August, 2020Detailed Guidelines for Unlock and shall come into force with effect from 5 AM of 16th August and remain valid till 9.30 PM of 31st August 2020 ordered by Shri Kr Sanjay Krishna Chief Secy, Assam. India Fights CoronaAssam Cares
13 August, 2020 গোলাঘাট ব্ৰেকিং -------- ৰেল লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰ ------------------------------------ গোলাঘাট জিলাৰ জামুগুৰি আৰু বিলগাও ৰেল ষ্টেচনৰ মাজৰ ৰেল আলিত আজি পুৱা এটা অচিনক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ছাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বোকাজান ৰেল আৰক্ষী সূত্ৰে জনোৱামতে ৩১৫/১ -২ ৰেল’ৱে কিলোমিটাৰ এলেকাতৰ ৰেল লাইনত পুৱা এটা মৃতদেহ পৰি থকা ৰাইজে ৰেল আৰক্ষীক খবৰ দিয়ে আৰু বোকাজানৰ পৰা অহা ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ পুৱাপ্ৰায় চাৰি বজাত নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা প্ৰায় ৪০ বছৰীয়া ব্যক্তিজন পৰি যায়বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ শৰীৰৰ বিভিন্ন অংগত আঘাটৰ লগতে মুখমণ্ডল চিনিবনোৱাৰা হৈ পৰিল ৷ বগা-কলা টি চাৰ্ট আৰু কলা লংপেণ্ট পৰিহিত লোকজন মীঠাবৰণীয়া ৷ ওখ প্ৰায় ৫ফুট ছয় ইঞ্চি ৷ মৃতদেহৰ লগত কোনো চিনাক্তকৰণৰ তথ্য পোৱা নগল ৷ অচিনাক্ত মৃতদেহটো ৭২ঘণ্টাৰ বাবে গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে ৷ এই সন্দৰ্ভত ৭২ঘণ্টাৰ ভিতৰত বোকাজানৰ ৰেল’ৱে জি আৰ পিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ প্ৰকাশ শৰ্মা গোলাঘাট
13 August, 2020
গোলাঘাট ব্ৰেকিং --------
ৰেল লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰ
------------------------------------
গোলাঘাট জিলাৰ জামুগুৰি আৰু বিলগাও ৰেল ষ্টেচনৰ মাজৰ ৰেল আলিত আজি পুৱা এটা অচিনক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ছাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বোকাজান ৰেল আৰক্ষী সূত্ৰে জনোৱামতে ৩১৫/১ -২ ৰেল’ৱে কিলোমিটাৰ এলেকাতৰ ৰেল লাইনত পুৱা এটা মৃতদেহ পৰি থকা ৰাইজে ৰেল আৰক্ষীক খবৰ দিয়ে আৰু বোকাজানৰ পৰা অহা ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ পুৱাপ্ৰায় চাৰি বজাত নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা প্ৰায় ৪০ বছৰীয়া ব্যক্তিজন পৰি যায়বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ শৰীৰৰ বিভিন্ন অংগত আঘাটৰ লগতে মুখমণ্ডল চিনিবনোৱাৰা হৈ পৰিল ৷ বগা-কলা টি চাৰ্ট আৰু কলা লংপেণ্ট পৰিহিত লোকজন মীঠাবৰণীয়া ৷ ওখ প্ৰায় ৫ফুট ছয় ইঞ্চি ৷ মৃতদেহৰ লগত কোনো চিনাক্তকৰণৰ তথ্য পোৱা নগল ৷ অচিনাক্ত মৃতদেহটো ৭২ঘণ্টাৰ বাবে গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে ৷ এই সন্দৰ্ভত ৭২ঘণ্টাৰ ভিতৰত বোকাজানৰ ৰেল’ৱে জি আৰ পিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ প্ৰকাশ শৰ্মা গোলাঘাট
13 August, 2020 মঙলবাৰে নিশা অমঙ্গল হ’ল গোলাঘাটৰ দুজন দোকানীৰ ৷ গোলাঘাট নগৰ মাজমজিয়াত নিশা চুৰিকাণ্ড সংঘটিত হয় । গোলাঘাট নগৰ টোকানী চাৰ্কলৰ সমীপৰ দুখন দোকানৰ পৰা মঙ্গলবাৰে চোৰে চুৰি কৰি নিয়ে প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী আৰু নগদ ধন। বিজয় কুমাৰ সিং আৰু দীনেশ জয়ছোৱাল নামৰ দুজন ব্যক্তিৰ ফলমূলৰ দোকানত তলা ভাঙি চোৰে চলাই চাফাই অভিযান। উক্ত অঞ্চলত পূৰ্বতো পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠান চুৰি হৈছিল। পূৰ্বৰ দৰে এইবাৰ উক্ত দোকান দুখনক লক্ষ্য কৰিলে চোৰে। নগৰৰ মাজমজিয়াত চোৰে চাফাই অভিযান চলাই আহিছে যদিও গোলাঘাট আৰক্ষীয়ে গোলাঘাটৰ পৰা চাফাই চলাব পৰা নাই চোৰক। প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
13 August, 2020
মঙলবাৰে নিশা অমঙ্গল হ’ল গোলাঘাটৰ দুজন দোকানীৰ ৷ গোলাঘাট নগৰ মাজমজিয়াত নিশা চুৰিকাণ্ড সংঘটিত হয় । গোলাঘাট নগৰ টোকানী চাৰ্কলৰ সমীপৰ দুখন দোকানৰ পৰা মঙ্গলবাৰে চোৰে চুৰি কৰি নিয়ে প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী আৰু নগদ ধন। বিজয় কুমাৰ সিং আৰু দীনেশ জয়ছোৱাল নামৰ দুজন ব্যক্তিৰ ফলমূলৰ দোকানত তলা ভাঙি চোৰে চলাই চাফাই অভিযান। উক্ত অঞ্চলত পূৰ্বতো পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠান চুৰি হৈছিল। পূৰ্বৰ দৰে এইবাৰ উক্ত দোকান দুখনক লক্ষ্য কৰিলে চোৰে। নগৰৰ মাজমজিয়াত চোৰে চাফাই অভিযান চলাই আহিছে যদিও গোলাঘাট আৰক্ষীয়ে গোলাঘাটৰ পৰা চাফাই চলাব পৰা নাই চোৰক। প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
13 August, 2020 অসমৰ মাজেৰে মণিপুৰ ; নাগালেণ্ড ম্যানমাৰ লাউচ ভীয়েটনাম আদিলৈ যোৱা এটা অতি ব্যস্ত ৰাজপথ ৷ পথৰ মাজত আছে ফিচাৰী শদৃশ গাতঁ গৰুৱে পানীখাইথকা এইটো কোনো জলাশয় অথবা পুখুৰী নহয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত সৃষ্টি হোৱা এটা বৃহৎ গাতঁত হে তৃষ্ণা দূৰ কৰিছে গৰুৰ পোৱালী দুটাই ৷ অতি ব্যস্ত এই পথটো কতৃপক্ষই এফালে মেৰামতি কৰে আৰু আন ফালে সৃষ্টি হয় এনেবোৰ অসংখ্য গাতঁৰ ৷ তাতেই আকৌ ভূতৰ ওপৰত দানহ ৷ শেহতীয়াকৈ এই হাইৱেৰ ৰঙাজানৰ ওচৰত স্থাপন কৰিবলৈ লোৱাহৈছে টোলগেট ৷ সেয়েহে বিজ্ঞ লোকে কয় এনেই মৰো ঋষিৰ শাপত ; তাতে দিয় ধানৰ ভাপত ৷ ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
13 August, 2020
অসমৰ মাজেৰে মণিপুৰ ;
নাগালেণ্ড ম্যানমাৰ লাউচ ভীয়েটনাম আদিলৈ যোৱা এটা অতি ব্যস্ত ৰাজপথ ৷ পথৰ মাজত
আছে ফিচাৰী শদৃশ গাতঁ
গৰুৱে পানীখাইথকা এইটো কোনো জলাশয় অথবা পুখুৰী নহয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত সৃষ্টি হোৱা এটা বৃহৎ গাতঁত হে তৃষ্ণা দূৰ কৰিছে গৰুৰ পোৱালী দুটাই ৷ অতি ব্যস্ত এই পথটো কতৃপক্ষই এফালে মেৰামতি কৰে আৰু আন ফালে সৃষ্টি হয় এনেবোৰ অসংখ্য গাতঁৰ ৷ তাতেই আকৌ ভূতৰ ওপৰত দানহ ৷ শেহতীয়াকৈ এই হাইৱেৰ ৰঙাজানৰ ওচৰত স্থাপন কৰিবলৈ লোৱাহৈছে টোলগেট ৷ সেয়েহে বিজ্ঞ লোকে কয় এনেই মৰো ঋষিৰ শাপত ; তাতে দিয় ধানৰ ভাপত ৷ ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
Wednesday, 12 August 2020
12 August, 2020Breaking NewsOrunodoi Schemeএখনি নতুন অসম গঢ়াৰ লক্ষ্যৰে অসমৰ সামাজিক-অৰ্থনৈতিক উন্নয়নেৰে পৰিপূৰ্ণ ভেঁটি গঠণ দিয়াৰ উদ্দেশ্যেই। চৰকাৰে অভিলাষী "অৰুণোদয়" আঁচনিৰ অধীনত ৰাজ্যখনৰ ১৭ লাখ পৰিয়াললৈ প্ৰতিমাহে ৮৩০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷ এই আঁচনিখনৰ বাবে হিতাধিকাৰী বাচনিৰ প্ৰক্ৰিয়া অহা ১৭ আগষ্টৰ পৰা আৰম্ভ হ'ব ৷ আগন্তুক অক্টোবৰ মাহৰ পৰা শুভাৰম্ভ হ'বলগীয়া আঁচনিখনৰ জৰিয়তে হিতাধিকাৰীসকলে প্ৰতি মাহৰ প্ৰথম দিনটোতেই ধন লাভ কৰিব ৷ৰাজ্যখনত বাস কৰা অভাৱগ্ৰস্ত পৰিয়ালসমূহক এক 'বুজন পৰিমাণৰ আয়ৰ দ্বাৰা সহায়'ৰ দ্বাৰা আৰ্থিক সমস্যাসমূহ সমাধান কৰাৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ পৰিয়ালসমূহত মহিলাসকলেই যিহেতু প্ৰাথমিকভাৱে তত্ত্বাবধান লয়, সেয়ে এই আঁচনিখনত পৰিয়াল এটাৰ মহিলা এগৰাকীকে হিতাধিকাৰী হিচাপে ৰখা হৈছে ৷প্ৰতি মাহত ৮৩০টকা হিচাপত অভাৱগ্ৰস্ত পৰিয়ালসমূহে বছৰি ১০ হাজাৰকৈ টকা বাৰ্ষিকভাৱে লাভ কৰিবলৈ সক্ষম হ'ব ৷ এই ধনেৰে তেওঁলোকে ঔষধ তথা পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰিব পাৰিব ৷হিতাধিকাৰী পৰিয়ালে মনোনীত কৰা মহিলাগৰাকীৰ বেংক একাউন্টলৈ এই ধন পোনপতীয়াকৈ হস্তান্তৰ কৰিব ৷অসমৰ স্থায়ী বাসিন্দা আৰু ৰাজ্যখনত বৰ্তমানে বাস কৰি থকা আৱেদনকাৰীকহে আঁচনিখনৰ হিতাধিকাৰী হিচাপে বাচনি কৰা হ'ব ৷ ইয়াৰ উপৰি পৰিয়ালটোৰ মুঠ বাৰ্ষিক আয় বছৰি ২লাখ টকাতকৈ কম হ'ব লাগিব ৷এই আঁচনিখনৰ অধীনত নিম্নোক্ত পৰিয়ালসমূহক প্ৰাথমিকতা প্ৰদান কৰিব :-# স্বামীহীনা / বিবাহ বিচ্ছেদিত / অবিবাহিত মহিলা / পৰিয়ালৰ পৰা পৃথকে থকা মহিলা ৷# মনোনীত হোৱা পৰিয়ালৰ মুখ্য মহিলাগৰাকী যদি বিশেষভাৱে সক্ষম ৷# যদি পৰিয়ালটোত বিশেষভাৱে সক্ষম সদস্য আছে ৷সকলো অভাৱগ্ৰস্ত পৰিয়ালক এই সুবিধা প্ৰদান কৰিব৷
12 August, 2020আজি বিশ্ব হস্তী দিৱস । হাতী হৈছে জ্ঞান, বুদ্ধি, নিষ্ঠা, সততা, বিশ্বাসযোগ্যতা, দৃঢ় সংকল্পৰ জীৱ৷ অসমৰ সংস্কৃতি, জনজীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িতএই ক্ষণত আমি সকলোৱে হাতী-মানুহৰ সংঘাত দূৰ কৰি হস্তীকুলৰ সুৰক্ষা, সংবৰ্ধনৰ পণ লওঁ আহক৷ নিৰীহ হস্তীকুলক আমি সুৰক্ষা দিব পাৰিলেহে নিজকে জীৱশ্ৰেষ্ঠ বুলি পৰিচয় আমাৰ থাকিব৷ হস্তীকুলক সুৰক্ষা দিয়াটো আমাৰ সকলোৰে কৰ্তব্য৷NORTHEAST NEWS INDIA
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...