Thursday, 13 August 2020

13 August, 2020 অসমৰ মাজেৰে মণিপুৰ ; নাগালেণ্ড ম্যানমাৰ লাউচ ভীয়েটনাম আদিলৈ যোৱা এটা অতি ব্যস্ত ৰাজপথ ৷ পথৰ মাজত আছে ফিচাৰী শদৃশ গাতঁ গৰুৱে পানীখাইথকা এইটো কোনো জলাশয় অথবা পুখুৰী নহয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত সৃষ্টি হোৱা এটা বৃহৎ গাতঁত হে তৃষ্ণা দূৰ কৰিছে গৰুৰ পোৱালী দুটাই ৷ অতি ব্যস্ত এই পথটো কতৃপক্ষই এফালে মেৰামতি কৰে আৰু আন ফালে সৃষ্টি হয় এনেবোৰ অসংখ্য গাতঁৰ ৷ তাতেই আকৌ ভূতৰ ওপৰত দানহ ৷ শেহতীয়াকৈ এই হাইৱেৰ ৰঙাজানৰ ওচৰত স্থাপন কৰিবলৈ লোৱাহৈছে টোলগেট ৷ সেয়েহে বিজ্ঞ লোকে কয় এনেই মৰো ঋষিৰ শাপত ; তাতে দিয় ধানৰ ভাপত ৷ ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷

 13 August, 2020


অসমৰ মাজেৰে মণিপুৰ ;

 নাগালেণ্ড ম্যানমাৰ লাউচ ভীয়েটনাম আদিলৈ  যোৱা এটা অতি ব্যস্ত ৰাজপথ ৷  পথৰ মাজত

 আছে ফিচাৰী শদৃশ গাতঁ


গৰুৱে পানীখাইথকা এইটো কোনো জলাশয় অথবা পুখুৰী নহয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত সৃষ্টি হোৱা এটা বৃহৎ গাতঁত হে তৃষ্ণা দূৰ কৰিছে গৰুৰ পোৱালী দুটাই ৷ অতি ব্যস্ত এই পথটো কতৃপক্ষই এফালে মেৰামতি কৰে আৰু আন ফালে সৃষ্টি হয় এনেবোৰ অসংখ্য গাতঁৰ ৷  তাতেই আকৌ ভূতৰ ওপৰত দানহ ৷ শেহতীয়াকৈ এই হাইৱেৰ ৰঙাজানৰ ওচৰত স্থাপন কৰিবলৈ লোৱাহৈছে টোলগেট ৷ সেয়েহে বিজ্ঞ লোকে কয় এনেই মৰো ঋষিৰ শাপত ; তাতে দিয় ধানৰ ভাপত ৷  ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...