Wednesday, 12 August 2020

12 August, 2020আজি বিশ্ব হস্তী দিৱস । হাতী হৈছে জ্ঞান, বুদ্ধি, নিষ্ঠা, সততা, বিশ্বাসযোগ্যতা, দৃঢ় সংকল্পৰ জীৱ৷ অসমৰ সংস্কৃতি, জনজীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িতএই ক্ষণত আমি সকলোৱে হাতী-মানুহৰ সংঘাত দূৰ কৰি হস্তীকুলৰ সুৰক্ষা, সংবৰ্ধনৰ পণ লওঁ আহক৷ নিৰীহ হস্তীকুলক আমি সুৰক্ষা দিব পাৰিলেহে নিজকে জীৱশ্ৰেষ্ঠ বুলি পৰিচয় আমাৰ থাকিব৷ হস্তীকুলক সুৰক্ষা দিয়াটো আমাৰ সকলোৰে কৰ্তব্য৷NORTHEAST NEWS INDIA

12 August, 2020

আজি বিশ্ব হস্তী দিৱস । হাতী হৈছে জ্ঞান, বুদ্ধি, নিষ্ঠা, সততা, বিশ্বাসযোগ্যতা, দৃঢ় সংকল্পৰ জীৱ৷ অসমৰ সংস্কৃতি, জনজীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত
এই ক্ষণত আমি সকলোৱে হাতী-মানুহৰ সংঘাত দূৰ কৰি হস্তীকুলৰ সুৰক্ষা, সংবৰ্ধনৰ পণ লওঁ আহক৷ নিৰীহ হস্তীকুলক আমি সুৰক্ষা দিব পাৰিলেহে নিজকে জীৱশ্ৰেষ্ঠ বুলি পৰিচয় আমাৰ থাকিব৷  হস্তীকুলক সুৰক্ষা দিয়াটো আমাৰ সকলোৰে কৰ্তব্য৷

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...