Sunday, 9 August 2020
Saturday, 8 August 2020
8 August, 2020 Breaking News: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান দুৰ্ঘটনাত দুই টুকুৰা হল। এই দুৰ্ঘটনাত বিমান দুয়ো চালকৰ মৃত্যু হৈছে। এয়াৰ ইণ্ডিয়াৰ AXB1344 B 737 বিমান খন দুবাইৰ পৰা কেৰেলাৰ কালিকট লৈ অহা ৰনৱেত লেণ্ড কৰা সময়ত দুই টুকুৰাত বিভক্ত হয়।বিমান খনত 191 জন যাত্ৰী আছিল। DGCA জাৰি কৰা তথ্য অনুসৰি প্ৰায়ে 2000 মিটাৰ দৃশ্যতা থকা সময়ত ৰনৱে 10 নমা পিছত দুটুকুৰাত বিভক্ত হৈ আৰু ৰনৱেৰ অন্ত লৈকে গুচি যায়।বিমান খন নমা সময়ত ভীষণ বৰষুণ হৈ আছিল যাৰ ফলত বিমান খন পিছলি পৰা বুলি অনুমান কৰা হৈছে। পূৰ্ণ বৰা ৰিপোৰ্ট
8 August, 2020
Breaking News:
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান দুৰ্ঘটনাত দুই টুকুৰা হল।
এই দুৰ্ঘটনাত বিমান দুয়ো চালকৰ মৃত্যু হৈছে।
এয়াৰ ইণ্ডিয়াৰ AXB1344 B 737 বিমান খন দুবাইৰ পৰা কেৰেলাৰ কালিকট লৈ অহা ৰনৱেত লেণ্ড কৰা সময়ত দুই টুকুৰাত বিভক্ত হয়।বিমান খনত 191 জন যাত্ৰী আছিল।
DGCA জাৰি কৰা তথ্য অনুসৰি প্ৰায়ে 2000 মিটাৰ দৃশ্যতা থকা সময়ত ৰনৱে 10 নমা পিছত দুটুকুৰাত বিভক্ত হৈ আৰু ৰনৱেৰ অন্ত লৈকে গুচি যায়।বিমান খন নমা সময়ত ভীষণ বৰষুণ হৈ আছিল যাৰ ফলত বিমান খন পিছলি পৰা বুলি অনুমান কৰা হৈছে।
পূৰ্ণ বৰা ৰিপোৰ্ট
Friday, 7 August 2020
7 August, 2020 গোলাঘাটৰ ৰঙাজানত বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰঙাজানৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে ।নিশা আৰক্ষীৰ পেট্ৰলিঙ নোহোৱাৰ বাবেই এনেদৰে চোৰে বাধাহীনভাৱে চুৰিকৰিব পাৰিলে বুলি ভূক্তভোগীয়ে মন্তব্য কৰিচে ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
7 August, 2020
গোলাঘাটৰ ৰঙাজানত বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰঙাজানৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী
চুৰি কৰি নিয়ে ।নিশা আৰক্ষীৰ পেট্ৰলিঙ নোহোৱাৰ বাবেই এনেদৰে চোৰে বাধাহীনভাৱে চুৰিকৰিব পাৰিলে বুলি ভূক্তভোগীয়ে মন্তব্য কৰিচে ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...