Saturday, 8 August 2020

8 August, 2020 Breaking News: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান দুৰ্ঘটনাত দুই টুকুৰা হল। এই দুৰ্ঘটনাত বিমান দুয়ো চালকৰ মৃত্যু হৈছে। এয়াৰ ইণ্ডিয়াৰ AXB1344 B 737 বিমান খন দুবাইৰ পৰা কেৰেলাৰ কালিকট লৈ অহা ৰনৱেত লেণ্ড কৰা সময়ত দুই টুকুৰাত বিভক্ত হয়।বিমান খনত 191 জন যাত্ৰী আছিল। DGCA জাৰি কৰা তথ্য অনুসৰি প্ৰায়ে 2000 মিটাৰ দৃশ্যতা থকা সময়ত ৰনৱে 10 নমা পিছত দুটুকুৰাত বিভক্ত হৈ আৰু ৰনৱেৰ অন্ত লৈকে গুচি যায়।বিমান খন নমা সময়ত ভীষণ বৰষুণ হৈ আছিল যাৰ ফলত বিমান খন পিছলি পৰা বুলি অনুমান কৰা হৈছে। পূৰ্ণ বৰা ৰিপোৰ্ট

 8 August, 2020


Breaking News:

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান দুৰ্ঘটনাত দুই টুকুৰা হল।

এই দুৰ্ঘটনাত বিমান দুয়ো চালকৰ মৃত্যু হৈছে।

এয়াৰ ইণ্ডিয়াৰ  AXB1344 B 737 বিমান খন দুবাইৰ পৰা কেৰেলাৰ কালিকট লৈ অহা ৰনৱেত লেণ্ড কৰা সময়ত দুই টুকুৰাত বিভক্ত হয়।বিমান খনত 191 জন যাত্ৰী আছিল।

DGCA জাৰি কৰা তথ্য অনুসৰি প্ৰায়ে 2000 মিটাৰ দৃশ্যতা থকা সময়ত ৰনৱে 10 নমা পিছত দুটুকুৰাত বিভক্ত হৈ আৰু ৰনৱেৰ অন্ত লৈকে গুচি যায়।বিমান খন নমা সময়ত ভীষণ বৰষুণ হৈ আছিল যাৰ ফলত বিমান খন পিছলি পৰা বুলি অনুমান কৰা হৈছে।

পূৰ্ণ বৰা ৰিপোৰ্ট

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...