1 August, 2020
সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে নৰ্থ ইস্টৰ সকলো পৰিয়াললৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছো। এই পৱিত্ৰ ক্ষণত নেদেখাজনৰ ওচৰত দোৱা কৰিছোঁ- সমাজৰ অসূয়া-অপ্ৰীতি নাশি জাতি-ধৰ্ম, ভাষা-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত একতা-ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী হওক। তাৰে কামনাৰে।
NORTHEAST NEWS INDIA
আহক এইবাৰ স্বাস্থ্য আৰু সামাজিক দূৰত্ব সম্পৰ্কীয় সকলো চৰকাৰী নীতি-নিৰ্দেশনা মানি এই উৎসৱ পালন কৰোঁ।