2 August, 2020
গৰু হৈছে মানৱ জীৱনৰ প্ৰকৃত বন্ধু। গৰুৱে মানৱ জাতিক বহুত অৱদান আগবঢ়াই আহিছে । মানৱ জাতি গৰু উপৰত নিৰ্ভৰশীল হৈ আহিছে। আপোনাৰ ঘৰৰ গৰু খাদ্যৰ ঘাঁহ খেতিৰ সম্বন্ধে অধিক তথ্যৰ বাবে পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়ৰ গুৱাহাটীৰ চেনিকুঠিস্থ ঘাঁহ উন্নয়ন বিষয়া, নিকটৱৰ্তী পশু চিকিৎসা বিষয়া অথবা বিভাগৰ 'টোল ফ্ৰী' নং "১৯৬২" যোগাযোগ কৰিব পাৰে।
No comments:
Post a Comment
Welcome Northeast News India