Thursday, 23 July 2020
Wednesday, 22 July 2020
22 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালৰ সৈতে আজি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী মাননীয় শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অসমৰ বানপানী আৰু গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰে বান ব্যৱস্থাপনা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন হিচাপে শীঘ্ৰে ৩৪৬ কোটি টকা অসমক মুকলি কৰি দিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। ইয়াৰ উপৰিও নামনি অসমৰ বান সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভূটান চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব বুলি মুখ্যমন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায়।
Subscribe to:
Posts (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...










