Thursday, 23 July 2020

23 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাঁহ আৰু অগৰু ক্ষেত্ৰত থকা সুযোগ-সম্ভাৱনাক গুৰুত্ব প্ৰদানেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত থলুৱা আৰু গ্ৰাম্য উদ্যোগসমূহৰ উত্তৰণ নিশ্চিত কৰিছে।


No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।