Wednesday, 8 July 2020
Tuesday, 7 July 2020
7 July, 2020 ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মীন বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত আজি মাননীয় মুখ্যমন্ত্ৰী শ্রী যুত সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি বিভাগটোৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ সফল ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ মৎস্যখণ্ডৰ উপযুক্ত বিকাশৰ জৰিয়তে তৃণমূল পৰ্যায়ত অৰ্থনৈতিক ভেটি অধিক সৱল কৰি আত্মনির্ভৰশীল অসম নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে মৎস্য খণ্ডটোৰ বিকাশত অধিক সহায়ক হোৱাকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ দুয়োপাৰে 'ফিছ লেণ্ডিং প'ৰ্ট' নিৰ্মাণৰ বাবে যাৱতীয় সকলো পদক্ষেপ ল'বলৈ মীন বিভাগক নিৰ্দেশ প্ৰদান কৰে।
Subscribe to:
Posts (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...









