Tuesday, 7 July 2020
7 July, 2020 ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মীন বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত আজি মাননীয় মুখ্যমন্ত্ৰী শ্রী যুত সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি বিভাগটোৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ সফল ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ মৎস্যখণ্ডৰ উপযুক্ত বিকাশৰ জৰিয়তে তৃণমূল পৰ্যায়ত অৰ্থনৈতিক ভেটি অধিক সৱল কৰি আত্মনির্ভৰশীল অসম নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে মৎস্য খণ্ডটোৰ বিকাশত অধিক সহায়ক হোৱাকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ দুয়োপাৰে 'ফিছ লেণ্ডিং প'ৰ্ট' নিৰ্মাণৰ বাবে যাৱতীয় সকলো পদক্ষেপ ল'বলৈ মীন বিভাগক নিৰ্দেশ প্ৰদান কৰে।
Subscribe to:
Post Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...


No comments:
Post a Comment
Welcome Northeast News India