Tuesday, 7 July 2020
Monday, 6 July 2020
6 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰাকৃতিক প্ৰাচুৰ্যতাৰে ভৰপূৰ দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ বাবে আৰু অভয়াৰণ্যখনক বিশ্বৰ মানচিত্ৰত এক উল্লেখযোগ্য স্থান দিয়াৰ লক্ষ্যৰে ইয়াৰ উদ্ভিদ আৰু জীৱকুল আৰু অন্যান্য বনজ সম্পদসমূহৰ সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্যতাৰ বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি অভয়াৰণ্যখনক সকলো প্ৰকাৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বন বিভাগক যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
Subscribe to:
Posts (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...










