Monday, 6 July 2020
Sunday, 5 July 2020
5 July, 2020 জয়তি পৰম গুৰু শ্ৰীমন্ত শংকৰ। পৰম সুগম পথ কৰিলা প্ৰচাৰ।। অকপতে যিটো জনে গুৰুক সেবয়। গুৰুৰৰ সমান শক্তি শিষ্যৰ হুবয়।। শংকৰ ঢাকি যিটো গুৰু ভাৰ লয়। নদীৰ কুলে বৃক্ষ হুয়া বহিবো নিশ্চয়।। আশে পাশে বদ্ধ হুয়া ধন দব্য পাব। শিষ্যসবে গৃব্ধ হুয়া তাহাতে ভৎচিব।। পৰম চতুৰ যিটো বুদ্ধিমন্ত হয়। শংকৰক গুৰু বিনে আন নাহি কহয়।। গুৰু পুৰ্ণিমাৰ আন্তৰিক অভিন্দন জ্ঞাপন জনালোঁ। আহি থকা আগন্তক দিনত আমাক গুৰুদেৱে সু পথ দেখোৱাই সমাজৰ যি বেয়া বিষবাষ্প আছে সেই খিনি দুৰ কৰাত সু জ্ঞান প্ৰদান কৰে তাৰে প্ৰাৰ্থনা।। NORTHEAST NEWS INDIA
Saturday, 4 July 2020
4 July, 2020 গোলাঘাট লাইফ লাইন নাৰ্চিংহোমৰ মেনেজাৰ জয়ন্ত সিনহা সংস্পৰ্শলৈ অহা ২০ গৰাকী লোক কভিড-১৯ আক্ৰান্ত হোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতি গোলাঘাটত । ২০ গৰাকী লোক পজিটিভ হোৱাৰ পিছতে গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয় , বাৰ এ'ছচিয়েছন, স্কুল উপ পৰিদৰ্শক কাৰ্যালয় সৈতে উপায়ুক্ত কাৰ্যালয় সমীপৰ ৫০ মিটাৰ অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰিলে গোলাঘাট প্ৰশাসনে । জামুগুৰি গাওপঞ্চায়তৰ ঘূলীঘাটত স্ঠাপন কৰা neepco কেম্প এটাক লৈ শনিবাৰে সমগ্ৰ অঞ্চলত আতংকময় পৰিস্থিতি হয় ৷ আন ঠাইত কুৱাইনটাইন কৰিৰখা শ্বেখ মানান নামৰ শ্ৰমিকজন যোৱানিশা কেম্পটোত উপস্থিত হোৱাত তেওঁ সংস্পৰ্শলৈ আহে কেম্পৰ আন ২২ জন শ্ৰমিক আৰু শনিবাৰে কাষতে বহা সাপ্তাহিক বজাৰত শ্বেখ মানানকে ধৰি ২৩ জনে বিচৰণ কৰিছিল ৷ আজি শ্বেখ মানানৰ পজিটিভ অহাত অঞ্চলজুৰি আতংক সৃষ্টি হয় ৷ প্ৰশাসনৰ লোকে কেম্পটো ছিল কৰি কেওজনকে গোলাঘাটলৈ লৈ আহে ৷ বজাৰখন চেনিটাইজেশ্যন কৰা হৈছে যদিও পুৱা সমাগমত বিচৰণ কৰা কেম্পৰ শ্ৰমিক সকল কাৰ কাৰ সংস্পৰ্শলৈ আহিল সেই বিষয়টোলৈ হৈ ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷ : পাৰ্থ জোতি বৰা ৰিপত গোলাঘাট।
Subscribe to:
Comments (Atom)
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
- 
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
 - 
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
 - 
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
 
















