Monday, 6 July 2020

6 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বন বিভাগৰ বিষয়া সকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক l বৈঠকত মাননীয় মুখ্যমন্ত্ৰীয়ে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বন বিভাগক নিৰ্দেশ প্ৰদান কৰিছে।


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...