Tuesday, 30 June 2020
Monday, 29 June 2020
29 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অসম মন্ত্ৰী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰে। আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। # 'আত্মনিৰ্ভৰ অসম'ৰ লক্ষ্যক এক নতুন গতি প্ৰদান কৰি সিদ্ধান্ত লোৱা হয় যে- নতুন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত তিনি বছৰৰ বাবে অনুমতিৰ প্ৰয়োজন নহ'ব। # অসমৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক বাণিজ্যক উদগনি যোগোৱাৰ বাবে যোগীঘোপাৰ অশোক কাগজ কলৰ ২০০ একৰ ভূমি International Multi Modal Logistic Park-ৰ ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। # পঞ্চদশ বিত্ত আয়োগৰ অনুদান গাঁও পঞ্চায়তৰ বাবে ৭০%, আঞ্চলিক পঞ্চায়তৰ বাবে ১৫% আৰু জিলা পৰিষদৰ বাবে ১৫% অনুপাতত আৱণ্টিত হ'ব। # ক'ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু দেশৰ অন্য প্ৰান্তৰ শৈক্ষিক বৰ্ষৰ সৈতে সমপৰ্যায়ত অসমৰো শৈক্ষিক বৰ্ষ জানুৱাৰী-ডিচেম্বৰৰপৰা এপ্ৰিল-মাৰ্চলৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Subscribe to:
Comments (Atom)
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...







