Sunday, 14 June 2020

14 Jun, 2020 অসম চৰকাৰৰ বাঘজানৰ উন্নয়ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত আপোচহীন স্থিতি। অঞ্চলটোৰ উন্নয়নৰ লগতে ৰাইজৰ কল্যাণৰ বাবে ঘোষণা কৰা বিশেষ প্ৰকল্পসমূহ-


14 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তিনিচুকীয়াৰ বাঘজানত উপস্থিত হৈ অইলৰ তেল কূপৰ জুই নিৰ্বাপনৰ বাবে বিশেষজ্ঞই গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে বুজ লোৱাৰ উপৰিও অগ্নিকাণ্ডত প্ৰভাৱিত হৈ বাঘজানৰ দীঘল তৰং হাইস্কুলৰ আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে।






14 Jun, 2020 বাঘজানত ৰাইজৰ পদূলিত নতশিৰে ৰাইজৰ মুখ্যমন্ত্ৰী আৰু ৰাইজৰ কেন্দ্ৰীয় মন্ত্ৰী Dharmendra Pradhan











14 Jun, 2020 তিনিচুকীয়াৰ বাঘজানৰ শেহতীয়া ঘটনা সন্দৰ্ভত যোৱা কালি মাননীয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু সতীৰ্থ মন্ত্ৰী, সাংসদৰ সৈতে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মাননীয় মুখ্যমন্ত্রী শ্রী যুত সৰ্বানন্দ সোণোৱালে আৰু সমগ্র পৰিস্থিতিৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰে। লগতে, বাঘজানত উপস্থিত থাকি পৰিস্থিতি তদাৰক কৰি থকা সতীৰ্থ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উচ্চপদস্থ বিষয়াবৰ্গ, বিশেষজ্ঞৰপৰা সাম্প্ৰতিক পৰিস্থিতিৰ সবিশেষ বুজ লয়।





14 Jun, 2020 Celebrate 14 Jun World Blood Donor Day Donote Blood Save Life






Saturday, 13 June 2020

Breaking news 13 Jun, 2020


13 Jun, 2020 এগৰাকী ৫৫ বছৰীয়া মহিলা ৷ জতীল ৰোগত আক্ৰান্ত মহিলা গৰাকীৰ চিকিৎসা কৰাত ব্যৰ্থ হৈছে পৰিয়ালৰ লোক ৷ গোলাঘাট চহৰৰ পাৰ্শ্ব্ৱ্তী এলেকা কাঠকটিয়া গাঁৱৰ কৃষক ডিম্বেশ্বৰ বৰাৰ পত্নী তথা পাঁচ সন্তানৰ মাতৃ মিনা বৰা আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত ৷ মহিলা গৰাকীৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কণ্যা ৷ পুত্ৰ-কণ্যা সকলোৰে আছে নিজ নিজ সংসাৰ ৷ কেইবছৰমানৰ আগতে মীনা অসুষ্ঠ হোৱাত তেওক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ৰোগ নিণয় কৰিব পৰা নাছিল ৷ বহু পৰীক্ষাৰ অন্তত মীনা বৰা ব্লাড কেঞ্চাৰ হোৱা বুলি জানিব পাৰিছে। চিকিৎসকে মীনা বৰা ক গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছে ৷ কোনো উপাই নাই পৰিয়ালটোৰ ৷ নিজৰ মাটিবাৰি ধনশিৰিনদীয়ে গ্ৰাস কৰাৰ পিচত আনৰ মাটিত ঘৰ সাজি যেনেতেনে দুবেলা দুমুঠি খাই আছে ৷ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা ৷ সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজলৈ আৰ্থিক সাহায্য বিছাৰিছে কোনো সদাসয় লোকে যদি আৰ্থিক অনুদান আগবঢ়ায় তেন্তে অসম গ্ৰামীণ বিকাশ বেংক গোলাঘাট শাখাৰ । A/C 7234010038933 আৰু IFSC Code- UTBIORRBAGB জমা দিব পাৰিব। যোগাযোগৰ নম্বৰ 6001940051 পৰিয়াটোলৈ দুয্যোগ নামি আহিছে ৷ ধনশিৰি নদীৰ পানী বাঢ়িলেই নদীৰ খহনীয়াই তেওলোকৰ জুপুৰীটো চিনচাৱ নোহোৱাৰ আশংকা আহি পৰিছে ৷ :::পাৰ্থ জোতি বৰা গোলাঘাট।


বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...