Sunday, 14 June 2020
14 Jun, 2020 তিনিচুকীয়াৰ বাঘজানৰ শেহতীয়া ঘটনা সন্দৰ্ভত যোৱা কালি মাননীয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু সতীৰ্থ মন্ত্ৰী, সাংসদৰ সৈতে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মাননীয় মুখ্যমন্ত্রী শ্রী যুত সৰ্বানন্দ সোণোৱালে আৰু সমগ্র পৰিস্থিতিৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰে। লগতে, বাঘজানত উপস্থিত থাকি পৰিস্থিতি তদাৰক কৰি থকা সতীৰ্থ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উচ্চপদস্থ বিষয়াবৰ্গ, বিশেষজ্ঞৰপৰা সাম্প্ৰতিক পৰিস্থিতিৰ সবিশেষ বুজ লয়।
Subscribe to:
Post Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...




No comments:
Post a Comment
Welcome Northeast News India