Sunday, 14 June 2020

14 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তিনিচুকীয়াৰ বাঘজানত উপস্থিত হৈ অইলৰ তেল কূপৰ জুই নিৰ্বাপনৰ বাবে বিশেষজ্ঞই গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে বুজ লোৱাৰ উপৰিও অগ্নিকাণ্ডত প্ৰভাৱিত হৈ বাঘজানৰ দীঘল তৰং হাইস্কুলৰ আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে।






No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...