Monday, 11 May 2020

গুৱাহাটীত বিভিন্ন ঔদ্যোগিক সংস্থা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালৰ মত বিনিময়।

11 May, 2020

গুৱাহাটীত বিভিন্ন ঔদ্যোগিক সংস্থা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে  মত বিনিময় কৰে আৰু উদ্যোগ খণ্ডৰ ওপৰত ক'ভিড-১৯ মহামাৰীৰ প্ৰভাৱ সন্দৰ্ভত বিস্তিত আলোচনা কৰে।

Sunday, 10 May 2020

Mother's Day

Wish A Happy Mother's Day
NENI

10 May, 2029

Mother's Day was first celebrated in 1908, when Anna Jarvis held a memorial for her mother at St Andrew's Methodist Church in Grafton, West Virginia. Mother's Day is a celebration on Second Sunday of May honoring the mother of the family, as well as motherhood, maternal bonds, and the influence of mothers in society.

Saturday, 9 May 2020

8 May, 2020

ক'ভিড-১৯ সংক্রমণৰ প্ৰভাৱৰ  পৰিপ্ৰেক্ষিতত যি ৩য় পৰ্যায়ৰ লক ডাউন সমগ্ৰ দেশতে চলি আছে। সেই সময়ত  আজি গোলাঘাটত সম্পূর্ণ , যি চৰকাৰী  নীতি  নিয়ম ,  জনসাধাৰণে পালন কৰা দেখিব পোৱা গৈছে।
8 May, 2020

ক'ভিড-১৯ সংক্রমণৰ প্ৰভাৱৰ  পৰিপ্ৰেক্ষিতত যি ৩য় পৰ্যায়ৰ লক ডাউন সমগ্ৰ দেশতে চলি আছে। সেই সময়ত  আজি গোলাঘাটত সম্পূর্ণ , যি চৰকাৰী  নীতি  নিয়ম ,  জনসাধাৰণে পালন কৰা দেখিব পোৱা গৈছে।

যোৱা কালি অসম মন্ত্ৰী পৰিষদৰ বৈঠক

9 May, 2020

সামাজিক দূৰত্ব বজাই ৰাখি  যোৱা কালি অসম মন্ত্ৰী পৰিষদৰ বৈঠক  ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয় যায়। 

তৃতীয় পৰ্যায়ৰ লকডাউনৰ নীতি-নিৰ্দেশনা তথা সামাজিক দূৰত্ব মানি চলিবলৈ, মাস্ক ব্যৱহাৰ আৰু সঘনাই ছেনিটাইজ কৰি থাকিবলৈ জনগণৰ প্ৰতি অসম মন্ত্ৰী পৰিষদে আহ্বান জনাইছে।

বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

 গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু বিনিয়োগক উৎসাহিত কৰাৰ বাবে Assam Agricultural Produce & Livestock Marketing (Promotion & Facilitation) Ordinance 2020-ত অনুমোদন

 ভাৰতত প্ৰস্তুত কৰা বিদেশী সুৰা (Indian Made Foreign Liquor)-ৰ আবকাৰী শুল্ক বৃদ্ধিত অনুমোদন, যাৰ বাবে সৰ্বাধিক বিক্ৰী মূল্য (MRP) ২৫% বৃদ্ধি পাব

শ্ৰম আইনৰ সংশোধনসমূহ:

Fixed Term Employment-ৰ প্ৰৱৰ্ত

 ফেক্টৰী আইন ৰূপায়ণৰ বাবে শ্ৰমিকৰ সংখ্যা ন্যূনতম ১০ৰপৰা ২০ (বিদ্যুৎচালিত) আৰু ২০ৰপৰা ৪০ (বিদ‍্যুৎবিহীন)লৈ বৃদ্ধি

 Assam Contract Labour Act ৰূপায়ণৰ বাবে শ্ৰমিকৰ ন্যূনতম সংখ্যা ২০ৰপৰা ৫০লৈ বৃদ্ধি

ক'ভিড-১৯ৰ সময়ছোৱাত দৈনিক কৰ্মসূচী ৮ৰপৰা ১২ ঘণ্টালৈ বৃদ্ধি

 চাহ বাগিচাসমূহত সৰ্বাধিক শ্ৰমিক নিয়োজনেৰে পূৰ্ণাংগ পৰ্যায়ত কাম-কাজ চলাব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত সামাজিক দূৰত্ব, লকডাউন আৰু চৰকাৰৰ প্ৰয়োজনীয় নীতি-নিৰ্দেশনা মানি চলাটো নিতান্তই বাঞ্ছনীয়বাঞ্ছনীয় বুলি প্ৰকাশ কৰিছ।

পৰিস্থিতিৰ পৰ্যালোচনা

9 May, 2020

 যোৱা কালি অসমৰ শক্তি খণ্ডৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ক'ভিড-১৯ৰ সময়ছোৱাত আগবঢ়োৱা সেৱাৰ বাবে এই খণ্ডৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

গুৱাহাটীত উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত এই বৈঠকত সামগ্ৰিক কাৰ্যক্ৰমৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে শক্তি বিভাগৰ খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। 

বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে যে- ১০০ মেগাৱাট Namrup Replacement Power Project সময়মতে সম্পূৰ্ণ হৈ উঠিব আৰু চলিত বৰ্ষৰ ৩১ মে'ৰপৰা সন্মিলিত বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হ'ব।

অসমত কাম-কাজ আৰম্ভ কৰিব খোজা উদ্যোগসমূহক যোগান ধৰিব পৰাকৈ অতিৰিক্ত ৩৫০ মেগাৱাট শক্তি মজুত আছে বুলি বৈঠকত জনাইছে। 

অধিক বিনিয়োগ তথা নতুন প্ৰকল্পৰ দিশত মনোনিবেশ কৰিবলৈ শক্তি বিভাগক মুখ্যমন্ত্ৰীয়ে লগতে আহ্বান জনায়।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...