Monday, 11 May 2020

গুৱাহাটীত বিভিন্ন ঔদ্যোগিক সংস্থা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালৰ মত বিনিময়।

11 May, 2020

গুৱাহাটীত বিভিন্ন ঔদ্যোগিক সংস্থা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে  মত বিনিময় কৰে আৰু উদ্যোগ খণ্ডৰ ওপৰত ক'ভিড-১৯ মহামাৰীৰ প্ৰভাৱ সন্দৰ্ভত বিস্তিত আলোচনা কৰে।

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...