Friday, 10 November 2023

*দিপাৱলী উপলক্ষ্যে গোলাঘাট জিলা প্ৰশাসনৰ জৰুৰীকালীন সেৱাৰ যোগাযোগৰ সবিশেষ*

বিশেষ জাননী ৩, গোলাঘাট
১০/১১/২০২৩

 *দিপাৱলী উপলক্ষ্যে গোলাঘাট জিলা প্ৰশাসনৰ জৰুৰীকালীন সেৱাৰ যোগাযোগৰ সবিশেষ* 

           গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰাপদ দিপাৱলী উদযাপনৰ বাবে আৰু যিকোনো দুৰ্য্যোগ প্ৰতিহত কৰা সম্পৰ্কে অথবা এই সম্পৰ্কে কোনো তথ্য লাভ কৰিবলৈ জিলা দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জৰুৰীকালীন সেৱা কেন্দ্ৰৰ ফোন নম্বৰ বা অগ্নি নিৰ্বাপক বাহিনীৰ বাবে তলত দিয়া নম্বৰ সমূহত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷ 

ফ’ন নম্বৰ সমূহ -

জিলা জৰুৰীকালীন পৰিচালনা কেন্দ্ৰৰ নম্বৰ - 
 ০৩৭৭৪-২৮৩২৮২ /টোল ফ্ৰী ১০৭৭

অগ্নিনিৰ্বাপক বাহিনীৰ যোগাযোগ নম্বৰ - (৮৪৭১৯২৩১২৪).

 গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও তলত উল্লেখ কৰা কেন্দ্ৰসমূহত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ’ব। ইয়াৰ সৱিশেষ তলত দিয়া হৈছে - 

জিলা চিকিৎসালয় (এচ কে কে ছি এইহ ম) গোলাঘাট, যোগাযোগ নং ০৩৭৭৪-২৮৩০০৫

এছ কে এম চি এইচ, বোকাখাত, যোগাযোগ নং ৯৯৫৪৬০৯৫৬২ 

 দেৰগাঁও চি এইচ চি, যোগাযোগ নং ৭০৮৬৪৬৪১৯৫

 মেৰাপানী চি এইচ চি, যোগাযোগ নং ৯৪৩৫১৬৭৫২১

 সৰুপথাৰ চি এইচ চি, যোগাযোগ নং ৭০০২৭৩৬৪৯১

মৰঙি এম পি এইচ চি, যোগাযোগ নং ৮০১১৪৭০৭৭৭

দীপাৱলীৰ সময়ত ডিডিএমএ, গোলাঘাটৰ অধীনত জিলা জৰুৰীকালীন পৰিচালনা কেন্দ্ৰ (ডিইঅ’চি) ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব।

ইংৰাজী নিৰ্দেশাৱলীৰ কিয়দংশ পুনৰ সংলগ্ন কৰা হ’ল৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...