১৯ অক্টোবৰ, ২০২৩: গোলাঘাট
আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত মহকুমা কল্যান বিভাগৰ এখন সভা অনুস্থিত হয়। সভাত অনুসূচিত জাতি অধ্যুষিত  অঞ্চল সমূহত সভাগৃহ নিৰ্মান সন্দৰ্ভত আলোচনা কৰা হয়। সভাত গোলাঘাট জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট মহকুমা কল্যান বিষয়া শ্রীমতী কৃষ্ণাৰ্পিতা বৰুৱা, বোকাখাত মহকুমা কল্যান বিষয়া শ্রীমতী ৰিচিবন্দনা গগৈ, লোকনিৰ্মান বিভাগৰ কাৰ্য্যবাহী অভিযন্তা, অনুসূচিত জাতি কল্যান সমিতিৰ মনোনীত সদস্যৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
  
  
  
  
No comments:
Post a Comment
Welcome Northeast News India