Saturday, 28 October 2023

২৫ অক্টোবৰ তাৰিখৰ পৰা পালিত ৰাষ্ট্ৰীয় একতা সপ্তাহ উপলক্ষ্যে গোলাঘাট কাৰাগাৰত আজি কাৰাগাৰ আৱাসীসকলৰ মাজত ক্ৰিকেট , ফুটবল আদি ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন

গোলাঘাট
২৮/১০/২০২৩

আগন্তুক ৰাষ্ট্ৰীয় একতা দিৱস ৰ লগত সংগতি ৰাখি যোৱা ২৫ অক্টোবৰ তাৰিখৰ পৰা  পালিত ৰাষ্ট্ৰীয় একতা সপ্তাহ উপলক্ষ্যে গোলাঘাট কাৰাগাৰত আজি কাৰাগাৰ আৱাসীসকলৰ মাজত ক্ৰিকেট , ফুটবল আদি  ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ গোলাঘাট কাৰাগাৰ কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত এই ক্ৰীড়া প্ৰতিযোগিতাত কাৰাগাৰত জীৱন কটোৱা কয়দী সকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷  এনেধৰণৰ আয়োজনে কয়দীসকলৰ লগতে সৰ্বসাধাৰণ জনতাৰ মাজত ৰাষ্টীয় একতা, দেশাত্মিকতাবোধ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ভাৱ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে৷ 


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...