Thursday, 27 July 2023

*মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি অংশগ্ৰহণ সূৰ্যোদয়ৰ উদ্যোগত আয়োজন কৰা ফুটবল খেলত।*

*মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি  অংশগ্ৰহণ সূৰ্যোদয়ৰ উদ্যোগত  আয়োজন কৰা ফুটবল খেলত।*
নগাঁও ২৭ জুলাই,২০২৩ঃ নগাঁও জিলাৰ বৰবাৰীত অনুষ্ঠিত সূৰ্যোদয়ৰ উদ্যোগত  আয়োজন কৰা ফুটবল খেলৰ মুখ্য অতিথি হিচাপে মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি ড° কেশৱ বৰাই অংশগ্ৰহণ কৰে। তেওঁ বক্তব্যত সকলোকে ভাতৃত্ববোধৰ মাজেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাই। 

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...