সকলোকে স্বাস্থ্য দিৱসৰ শুভেচ্ছাবার্তা
গুৰুত্বপূর্ণ বিষয়:🚩
1. ৰক্তচাপ : 120/80
2. পালচ : 70 - 100
3. তাপমাত্রা : 36.8 - 37
4. শ্বাস: 12-16
5. হিমোগ্লোবিন : পুৰুষ -13.50-18
মহিলা - 11.50 - 16
6. কোলেস্টৰেল : 130 - 200
7. পটাচিয়াম : 3.50 - 5
8. চ'ডিয়াম : 135 - 145
9. ট্রাইগ্লিচাৰাইড : 220
10. শৰীৰত তেজৰ পৰিমাণ : PCV 30-40%
11. চেনীৰ মাত্রা : শিশুৰ বাবে (70-130), প্রাপ্তবয়স্কৰ বাবে : 70 - 115
12. আইৰন : 8-15 মিলিগ্রাম
13. শ্বেত ৰক্ত কণিকা WBC : 4000 - 11000
14. প্লেটলেট : 1,50,000 - 4,00,000
15. ৰঙা ৰক্ত কণিকা RBC : 4.50 - 6 মিলিয়ন।
16. কেলচিয়াম : 8.6 -10.3 mg/dL
17. ভিটামিন D3 : 20 - 50 ng/ml.
18. ভিটামিন বি 12 : 200 - 900 পিজি/মিলি ।
বয়স্কসকলৰ বাবে বিশেষ পৰামর্শ 40/50/60 বছৰ
১- প্রথম পৰামর্শ : তৃষ্ণার্ত বা প্ৰয়োজন নাথাকিলেও সকলো সময়তে পানী খাওক । আটাইতকৈ ডাঙৰ স্বাস্থ্য সমস্যা আৰু তাৰ বেছিভাগেই শৰীৰত পানীৰ অভাৱ । প্রতিদিনে কমেও 2 লিটাৰ পানী খাওক ।
২- দ্বিতীয় পৰামৰ্শ : যিমান পাৰে শাৰিৰীক পৰিশ্ৰম কৰক । খোজকঢ়া, সাঁতুৰা, খেল-ধেমালি আদি ।
৩-তৃতীয় পৰামৰ্শ : কমকৈ খাওক, লোভ পৰিত্যাগ কৰক ।
৪- চতুর্থ পৰামৰ্শ : অতি জৰুৰী নহ'লে গাড়ী ব্যৱহাৰ নকৰিব । যিমান পাৰে খোজ কাঢ়ক, পৰাপক্ষত লিফ্ট ব্যৱহাৰৰ পৰা দূৰৈত থাকক ।
৫- পঞ্চম পৰামৰ্শ : খং পৰিত্যাগ কৰক, দুশ্চিন্তা এৰাই চলক । ইতিবাচক ব্যক্তিৰ সৈতে সম্পৰ্ক ৰাখক ।
6- ষষ্ঠ পৰামৰ্শ : প্রথমত: টকাৰ সৈতে সম্পৰ্ক পৰিত্যাগ কৰক । মানুহৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰক, হাহঁক, মন খুলি কথা পাতক । টকা লাগে জীয়াই থাকিবলৈ ; মনত ৰাখিব জীৱনটো টকাৰ বাবে নহয় ।
শুভ স্বাস্থ্য দিৱস
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India