Thursday, 12 January 2023

জীৱ-জন্তুৰ সুৰক্ষা আৰু যতন সম্পৰ্কীয় তিনিদিনীয়া প্ৰশিক্ষণৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী

গোলাঘাট, ১২ জানুৱাৰী,২০২৩ঃ
গোলাঘাট জিলাৰ কহঁৰাত থকা কাজিৰঙা সন্মিলন কেন্দ্ৰত ১১ জানুৱাৰীৰ পৰা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, গোলাঘাটৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীসকলৰ বাবে সন্ধান আৰু উদ্ধাৰ অভিযান তথা দুৰ্যোগৰ সময়ত জীৱ-জন্তুৰ সুৰক্ষা আৰু যতন সম্পৰ্কীয় তিনিদিনীয়া প্ৰশিক্ষণৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ কেইটামান দৃশ্য ।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...