দেশৰ সকলো পিতৃ আৰু মাতৃ সকললৈ এটি বিশেষ আহ্বান। আপোনালোকৰ সন্তানক সু মানুহ হিচাপে গঢ় দিয়ক। এখন সুন্দৰ সমাজ কেনেকৈ গঢ় দিয়ে, সকলোকে কেনেকৈ সন্মান দিব লাগে, সকলোকে কেনেকৈ সমান চকুৰে চাব লাগে, শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এই পৃথিবীত আমি সকলোৱে আহিছো এখন সুন্দৰ সমাজ গঠন কৰি এটা সুন্দৰ বাৰ্তা দি যাবলৈ পিছৰ প্ৰজন্মৰ কাৰণে। টকা পইচাই সকলো নহয়। আমি মানৱ জাতি সকলো জীৱকোলৰ মঙ্গল কামনা কৰিব লাগিব। আহঁক সময় থাকোতেই আমি মানৱ জাতি আমাৰ চিন্তা শক্তি, মানসিক ভাব ধাৰা সুন্দৰ কৰি এখন সুন্দৰ পৃথিবী নিমার্ণ কৰো।।
সেৱাৰে
মাধৱ গগৈ।
No comments:
Post a Comment
Welcome Northeast News India