৪ অক্টোৱৰ ২০২২ঃ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত তথা কৃতী শিক্ষক বঁটা প্ৰাপ্ত কেশৱ বৰাক পশ্চিম ননৈ আঞ্চলিক শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত বিপুল ভাৱে সম্বৰ্ধনা জনায়। কেশৱ বৰাই ভাষণত উল্লেখ কৰে যে মা দূৰ্গা শক্তি সাহস আৰু কৰুনাৰ প্ৰতিমূৰ্ত্তিৰ প্ৰতীক। সেয়ে মা আৰু প্ৰকৃতি ৰ মহানতাৰে অসম ৰাজ্যৰ প্ৰতি টো পৰিয়ালৰ কল্যান  হওক তাৰে কামনা কৰে।
NORTHEAST NEWS INDIA
  
No comments:
Post a Comment
Welcome Northeast News India