Tuesday, 4 October 2022

*মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান*

*মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান*

৪ অক্টোৱৰ২০২২ঃ  মা আৰু প্ৰকৃতি নগাঁও জিলাৰ কমিটিৰ সভাপতি তথা কেন্দ্রীয় কমিটিৰ উপ-সভাপতি বিশিষ্ট উদ্যোগী সমাজ কৰ্মী লেখক কৃতী শিক্ষক বঁটা প্ৰাপ্ত কেশৱ বৰাই শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত নগাঁৱৰ ক্ৰমে বিহাৰী গাঁও পাথৰি কেন্দ্ৰীয় কমিটিয়ে তেওঁক বিপুল ভাৱে সম্বৰ্ধনা জনায়। কেশৱ বৰাই ভাষণত মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।