Wednesday, 22 June 2022

গোলাঘাটৰ ২নং বেঙেনাখোৱা এলপি স্কুলত অঘটন

 গোলাঘাট ২২ জুন, ২০২২ঃ গোলাঘাটৰ ২নং বেঙেনাখোৱা এলপি স্কুলত অঘটন ৷ দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত খাদ্যত পাৰ্শ্বক্ৰিয়াৰ হয়  ছাত্ৰছাত্ৰীৰ ৷

৯ গৰাকী ছাত্ৰছাত্ৰী আক্ৰান্ত ৷ অসহ্যকৰ পেটৰ বিষত ভোগা ৯ গৰাকী ছাত্ৰছাত্ৰীক  ভৰ্ত্তি কৰোৱা হৈছে গোলাঘাট ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়ত ৷

আক্ৰান্ত কেওগৰাকী বৰ্তমান বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ৷


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা প্ৰতিবেদন NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।