অসম কেবিনেট বৈঠকত আজি অসম দলং প্ৰকল্প-২ত অনুমোদন, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীলৈ ৰাজসাহায্য, জল পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ, শিক্ষক নিযুক্তি, নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণ, হিন্দুস্তান পেপাৰ কৰ্প'ৰেচনৰ কৰ্মচাৰীসকললৈ সকাহ প্ৰদানকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Tuesday, 3 May 2022
অসম কেবিনেট বৈঠকত আজি অসম দলং প্ৰকল্প-২ত অনুমোদন, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীলৈ ৰাজসাহায্য, জল পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ, শিক্ষক নিযুক্তি, নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণ, হিন্দুস্তান পেপাৰ কৰ্প'ৰেচনৰ কৰ্মচাৰীসকললৈ সকাহ প্ৰদানকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। NORTHEAST NEWS INDIA
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ, গোলাঘাট *সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান* *ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব...
-
গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শি...
No comments:
Post a Comment
Welcome Northeast News India