Tuesday, 3 May 2022

সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কিছু মানৱ জাতিয়ে পালন কৰা পৰৱৰ তথা ঈদৰ শুভেচ্ছা জ্ঞাপন জনাইছো।

সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কিছু মানৱ জাতিয়ে পালন কৰা পৰৱৰ তথা ঈদৰ শুভেচ্ছা জ্ঞাপন জনাইছো। আগন্তুক আহি থকা দিন বোৰত আপোনালোকৰ সকলোৰে মঙ্গল কামনা কৰিলো। লগতে সকলোকে আগন্তুক আহি থকা দিন বোৰত আমি সকলো এক মানৱ জাতি হিচাপে পৰিগণিত হওঁ, সুদ্ধ পথেৰে আমি সকলো লুভ মোহ কাম ক্ৰধ প্ৰৰিহাৰ কৰি, ভাল কৰ্মৰ জৰিয়তে এক মানৱ জাতি হিচাপে পৰিচিত হওঁ, আৰু মা আৰু প্ৰকৃতিৰ আমি একে সন্তান বুলি চিনাকি দিওঁ আহঁক। 

আহক আমি সকলোৱে সকলো জীৱৰ মঙ্গল কামনা কৰো। 

মা আৰু প্ৰকৃতি। 

সেৱাৰে। 

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*  (Mother and Nature) ( मा और प्रकृति) Founder (CEO),  *প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্য্যবাহী* ।
Email- mother.and.nature2021@gmail.com -  
*WhatsApp - 9859593814*

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...