Monday, 4 April 2022

*কাইলৈ নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৬

*কাইলৈ নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক*

গোলাঘাট, ৪ এপ্ৰিল : অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ নিৰ্দেশক্ৰমে নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক কাইলৈ ৫ এপ্ৰিলত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'ব । বৈঠকত গোলাঘাট পৌৰসভাৰ নৱনিৰ্বাচিত ১৩ গৰাকী নিৰ্বাচিত ৱাৰ্ড কমিছনাৰে শপতগ্ৰহন কৰিব । এই বৈঠকতে পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষও নিৰ্বাচন কৰা হ'ব । উল্লেখযোগ্য যে ১৩ টা ৱাৰ্ডৰ গোলাঘাট পৌৰসভাৰ নিৰ্বাচনত ১০ খন আসন বিজেপিয়ে আৰু ৩ খন অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে লাভ কৰিছে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...