Monday, 4 April 2022

জৱাহৰ নৱোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীত প্ৰৱেশৰ বাবে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বাছনি পৰীক্ষা-২০২২ ৰ প্ৰৱেশ পত্ৰ

প্ৰেছ বাৰ্তা
জৱাহৰ নৱোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীত প্ৰৱেশৰ বাবে অহা ৯ এপ্ৰিলত  অনুষ্ঠিত হ'বলগীয়া বাছনি পৰীক্ষা-২০২২ ৰ প্ৰৱেশ পত্ৰ www.navodaya.gov.in ৱেবছাইটত উপলব্ধ কৰা হৈছে। প্ৰাৰ্থীসকলে এই ৱেবছাইটৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব বা জৱাহৰ নৱোদয় বিদ্যালয়, কামৰূপৰ অধ্যক্ষৰ কাৰ্যালয়তো যোগাযোগ কৰিব পাৰিব।
জনসংযোগ, কামৰূপ
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...