দেশ তথা ৰাজ্য চলাবলৈ দেশৰ তথা ৰাজ্যৰ জনসাধাৰণে নিবাচিত কৰি দিয়া সকলো জনপ্ৰতিনিধি সকললৈ বিশেষ আহ্বান। আপোনালোকে যি দৰমহা টকা পায় সেই টকাৰে নিজৰ তথা পৰিয়ালৰ ভৰণ পোষনৰ ব্যবস্থা গ্রহণ কৰক। আৰু তাৰ বাহিৰে আৰু টকা খোৱাৰ লোভ সামৰক। দেশৰ তথা ৰাজ্যৰ সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হোৱাৰ বাবে চিন্তা কৰক, তেতিয়াহে দেশৰ তথা ৰাজ্যৰ মঙ্গল হব। অবাবত ৰাজকোষৰ ধন অপব্যবহাৰ বন্ধ কৰক। কৰ্ম আচঁনি যোগোত কৰক। তেতিয়াহে সমগ্র মানৱ জাতিৰ কল্যাণ হব।
সেৱাৰে
মা আৰু প্ৰকৃতি
No comments:
Post a Comment
Welcome Northeast News India