Wednesday, 9 February 2022

*খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰীসকলক ৩১ মাৰ্চৰ পূৰ্বে আধাৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪১

*খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰীসকলক ৩১ মাৰ্চৰ পূৰ্বে আধাৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ*

গোলাঘাট, ৯ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি, ২০১৩ৰ অধীনৰ হিতাধিকাৰীসকলক অহা ৩১ মাৰ্চ ২০২২ৰ পূৰ্বে আধাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে । সেই অনুসৰি অহা ৩১ মাৰ্চৰ পূৰ্বে গোলাঘাট জিলাৰ খাদ্য সুৰক্ষা আঁচনি, ২০১৩ৰ হিতাধিকাৰীসকলকো আধাৰৰ বাবে আবেদন জনাবলৈ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগে আহ্বান জনাইছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...