Friday, 5 November 2021

হে মানৱ জাতি, আহক সময় থাকোতে আমি নিজক সুপথে পৰিচালনা কৰো।

হে মানৱ জাতি, আহক সময় থাকোতে আমি নিজক সুপথে পৰিচালনা কৰো। আমি নিজকে কিয় অংহকাৰ কৰিছো। আমাৰ নিজৰ বুলি একো নাই। আমাৰ মৃত্যু হলে লগত একো নিব নোৱাৰো। আমাৰ নিজৰ শৰীৰ টোও লগত নিব নোৱাৰো। আমি মিচাতে লুভ, মোহ, কাম, ক্ৰধ, অংহকাৰ, কৰিছো। নিজৰ দেহাটোয়ে লগত নিদিয়ে মৃত্যু সময়ত, তেন্তে বাকী ধন টকা পইচা  মাটি সম্পতি বিল্ডিং অট্টালিকা কি কাম আছে। আনক ঠগি লুন্ঠন কৰি। আহক সময় থাকোতে আমি সকলো সকলো লুভ মোহ কাম ক্ৰধ অংহকাৰ ত্যাগ কৰি মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুদ্ধ মনৰ সু মানৱ জাতি হিচাপে নিজক সুপথে পৰিচালনা কৰো।। 

ধন্যবাদেৰে আপোনালোকৰ সকলোৰে সুচিন্তক
মাধৱ গগৈ।।

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...