Thursday, 4 November 2021

হে মানৱ জাতি আহক আমি সকলো পাহৰি এক মানৱ জাতি হিচাপে

হে মানৱ জাতি আহক আমি সকলো পাহৰি এক মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ আৰু নিজকে মা আৰু প্ৰকৃতি ৰ সন্তান বুলি আমি নিজকে চিনাকি দিওঁ। মা আৰু প্ৰকৃতি য়ে যেনকৈ আমাক সকলো দিছে, থিক তেনেকৈ আমি মা আৰু প্ৰকৃতিৰ কথা চিন্তা কৰো। সকলো লুভ মোহ কাম ক্ৰধ অংহকাৰ ত্যাগ দি জীয়াই থকা দিন বোৰত এককবদ্ধ ভাবে ভাল কৰ্মৰ যোগেদি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰো। সকলো জাতি ধৰ্ম  ভাষা ভাষি নধৰি এক মানৱ জাতি হৈ পৃথিবীত বাস কৰো আহঁক।। 

ধন্যবাদেৰে আপোনালোকৰ সকলোৰে সুচিন্তক।। 
মাধৱ গগৈ।।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...