*বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ে* যুতীয়াভাবে এটি *প্ৰশিক্ষনৰ* ব্যবস্হা কৰা হৈছে ।
১) এই যুতীয়াভাবে কৰা প্ৰশিক্ষনৰ দ্বাৰা বিভিন্ন অঞ্চলৰ নিবনুৱা যুবক-যুবতীসকলক *শাৰীৰিক প্ৰশিক্ষকৰ (Physical Instructor) দ্বাৰা বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষন দিয়া হব,* আগন্তুক দিনত আহিবলগীয়া *প্ৰতিযোগিতামূলক (Competitive Examination) পৰীক্ষাসমূহৰ*(অসম আৰক্ষী,অগ্নিনিৰ্বাপন সেৱা, সেনা বাহিনী আদি) বাবে *শাৰীৰিকভাবে প্ৰস্তুত* কৰোৱা হব কিয়নো এই পৰীক্ষাসমূহত যিহেতু *শাৰীৰিক পৰীক্ষা বাধ্যতামূলক হয় ।*
২) গোলাঘাট জিলাৰ *27 খন বিদ্যালয়ত* শাৰীৰিক প্ৰশিক্ষন দিয়া হব ।
৩) শাৰীৰিক প্ৰশিক্ষন সমাপ্ত হোৱাৰ পিছত ভিডিও যোগে *সাধাৰন জ্ঞান(General Knowledge) আৰু বৰ্তমানৰ ঘটনা বা তথ্য(Current Affairs)* সম্পৰ্কেও জ্ঞান দিয়া হব ।
৪) একে সময়তে *অভিজ্ঞ শিক্ষকৰদ্বাৰা(Expert Teachers)* বিভিন্ন বিষয়ত *জিলাভিত্তিক লাইভ ক্লাছ(District Live Class)* কৰা হব, যত যোগদানকাৰী সকলৰ *লিখিত অংশৰ(Theory Part)* বাবে সুবিধা হব, *(যিহেতু চৰকাৰৰ তৰফৰ পৰা এক লাখ নিবনুৱাক সংস্হাপন দিয়াৰ পদক্ষেপ লৈছে)* লাইভ ক্লাছৰ বাবে যোগদানৰ *কোনো সীমিত সংখ্যা নাই ।*
৫) *শাৰীৰিক প্ৰশিক্ষন অহা ১৪ ছেপ্তেম্বৰ,২০২১* তাৰিখপৰা আৰু *অনলাইন লাইভ ক্লাছসমূহ অহা ১৬ ছেপ্তম্বেৰ,২০২১* তাৰিখৰ পৰা আৰম্ভ কৰা হব ।
No comments:
Post a Comment
Welcome Northeast News India