অসম চৰকাৰৰ দৰিদ্ৰ লোকৰ বাবে ঘোষণা কৰা বিভিন্ন কল্যাণকামী আঁচনি আছে যদিও গোলাঘাটৰ এটা পৰিয়াল আজিও বঞ্চিত
চাওক আমাৰ এই প্ৰতিবেদন
চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ জনতাত কল্যাণৰ বাবে আচঁনিৰ ঢ়ল বোৱাই দিয়াৰ সময়তে উন্মোচিত হৈছে আঁচনি ৰূপায়ণৰ ফুপোলা স্বৰূপ ৷ ইয়াৰ এক স্পষ্ট উদাহৰণ দুলাল বৰা নামৰ লোকজনৰ গড়াল সদৃশ বাসভৱনটো ৷ পদুমনী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰফুকনখাটৰ দুলাল বৰা নামৰ লোকজনে দিনহাজিৰা কৰি পত্নী ববিতা দাস আৰু জিয়াৰী হেমাবৰাৰ সৈতে এই ঘৰটোতেই বাস কৰি আহিছে ৷হাউলিবধৰা
দুটা কোঠালীৰ ঘৰটো নপৰাকৈ ৰাখিবলৈ ঢ়োকা দিবলগা হৈছে ৷ টেলৰ টিং কাতি সজা দোৱাৰত মামৰ ধৰিছে ঘৰটোৰ ভিতৰত ৰচিটানি লোবা আলনাত কাপোৰ থয় আছবাব বুলিবলৈ আছে মাত্ৰ কেইটামান বাচন বৰ্তন ; এখন চকী আৰু এখন বিছনা ৷ চৰকাৰি লেট্ৰিন এটা পালে যদিও পিছফালে বাহঁগছৰ তলত থকা পলিথিনেৰে
সাজিলোৱা গাধোৱা ঘৰটোত পানীহোৱাত দুচপৰা ইটা দি লবলগা হৈছে ৷ এনে এটা কদয্যময় পৰিবেশ আৰু বিপদজনকভাবে বসবাস কৰা পৰিয়ালটোক সহায় কৰাৰৰ বাবে আগবাঢ়ি অহানাই জনপ্ৰতিনিধি ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India