Monday, 13 September 2021

পথাৰত পানীৰ অভাৱত চিৰালফাট ৷তাতে আকৌ অচিন পোকৰ আক্ৰমণ ৷উপৰয়ন্তৰ হৈছে কৃষক ৷

 পথাৰত পানীৰ অভাৱত চিৰালফাট ৷তাতে আকৌ অচিন পোকৰ আক্ৰমণ ৷উপৰয়ন্তৰ হৈছে কৃষক ৷



এটুপি পানীৰ অভাৱত গোলাঘাটৰ বিভিন্ন অঞ্চলৰ ৰাইজে হাহাকাৰ কৰিবলগা হৈছে ৷ সৰুপথাৰ ; বৰপথাৰ মেৰাপানী ; জামুগুৰি আদি এলেকাৰ বৃহৎ পথাৰ সমূহৰ এতিয়া ধাননীত পানীৰ অভাৱত মিটিৰ চিৰালফাট দিছে ৷ ধানে গেৰমেলাৰ এই সময়তে কালুজান আৰু নোগোৰা গাঁৱৰ বৃহৎ ঘোগোৰাপথাৰত মাটি শুকাই কৰকৰিয়া মৰাৰ লগতে এক অচিন পোকৰ আক্ৰমণত ধানগছ সমূহ সেউজীয়াৰ পৰা ৰঙাৰং ধৰি শুকাব ধৰিছে ৷ কৃষকৰ এই মহা দুয্যোগৰ সময়ত কৃষিবিভাগৰ লোকক ৰাইজে দেখাপোৱানাই বুলি কৃষকে অভিযোগ কৰিছে ৷ :::  


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।